চাকৰিৰ খবৰঃ পাৱাৰগ্ৰীডত ৮০০ তকৈ অধিক Apprentice পোষ্টঃ অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ পাৱাৰগ্ৰীডত ৮০০ তকৈ অধিক Apprentice পোষ্টঃ অনলাইন আবেদন

চাকৰিৰ খবৰঃ পাৱাৰগ্ৰীডত ৮০০ তকৈ অধিক Apprentice পোষ্টঃ অনলাইন আবেদন

Share This
পাৱাৰগ্ৰীডত ৮০০ তকৈ অধিক Apprentice পোষ্টঃ 
অনলাইন আবেদন
পাৱাৰগ্ৰীড কৰ্পৰেচন অৱ ইণ্ডিয়াই দেশৰ বিভিন্ন প্ৰান্তত  উত্তৰ-পূৱ, উত্তৰ, দক্ষিণ, পশ্চিম সকলো অঞ্চলতে ৮০০তকৈ অধিক পদত বিভিন্ন ট্ৰেডত এবছৰৰ বাবে এপ্ৰেণ্টিচ হোৱাৰ বাবে আবেদন আহ্বান কৰিছে।  আবেদনৰ শেষ তাৰিখঃ ০৫ জুলাই ২০২০। দুবছৰৰ ভিতৰত শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আই.টি.আই, ডিপ্লমা তথা স্নাতক সকলে www.powergridindia.com ত গৈ অনলাইন আবেদন কৰিব পাৰিব। 

ষ্টাইপেণ্ডঃ 
স্নাতকৰ বাবে ১৫০০০/- প্ৰতি মাহে
ডিপ্লমা হল্ডাৰৰ বাবে ১২০০০/- প্ৰতি মাহে
আই.টি.আই হল্ডাৰৰ বাবে ১১,০০০/- প্ৰতি মাহে

পদ সমূহ ইঞ্জিনিয়াৰিঙৰ লগতে মানৱ সম্পদ বিভাগৰো আছে বাবে জেনেৰেল স্নাতক সকলেও আবেদনৰ সুবিধা লাভ কৰিব। 

অনলাইন আবেদনৰ বাবে লিংকঃ

No comments:

Post a Comment