অসমীয়া ই-কিতাপৰ পুথিভঁৰাল

অসমীয়াৰ সুখ দুখৰ অনলাইন পুথিভঁৰালঃএই পৃষ্ঠাত অসমীয়া ই-কিতাপৰ সন্ধান তথা ফ্ৰী ডাউনলোডৰ ব্যৱ্স্থা কৰা হৈছে ৷
শেহতীয়া আপলোডঃ


জীৱন এনেকৈয়ে
নিবিড় অনুৰাগ মানস
কবিতা সংকলন, মুঠ-৩২ পৃষ্ঠা
ই-সংস্কৰণ, অসমীয়াৰ সুখ-দুখৰ সহযোগত মুকলি কৰা হৈছে।
জীৱন এনেকৈয়ে ৰ পিডিএফৰ বাবে ক্লিক কৰকঃ
https://xukhdukhebooks.files.wordpress.com/2015/11/nibir-poem-book1.pdf



উপন্যাস-১

উপন্যাসঃ
১. স্বাধীনতাৰ স্বপ্নগাঁথা
লেখকঃ অজয় লাল দত্ত

চমুটোকাঃ অসমৰ বিগত কেইবাদশকৰ আৰ্থ সামাজিক উত্থান পতনৰ মাজত নৱ-প্ৰজন্মৰ মাজত উদয় হোৱা দ্বন্দ্ব আৰু দোমোজাৰ মাজত এক মুক্ত পৃথিৱীৰ, স্বাধীন সমাজৰ সপোন বিচৰাৰ এক প্ৰয়াস, উপন্যাসৰ ৰূপত ৷
প্ৰকাশঃ ২০১১ চন, প্ৰকাশকঃ আইডিয়া ফিউচাৰ প্ৰকাশ ও মানৱ সম্পদ বিকাশ কেন্দ্ৰ ৷
কিতাপখনৰ প্ৰকাশিত সমালোচনাঃ
১. আমাৰ অসম কাকততঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
২. সাহিত্য.অৰ্গ, ই আলোচনীতঃ অঞ্জল বৰা ৷ সমালোচনাটো পঢ়িব বিচাৰিলে ইয়াত ক্লিক কৰক 

মূল্যঃ উপলব্ধ- লাইব্ৰেৰী সংস্কৰণঃ ১০০টকাত www.eshopany.com ত অহা বহাগ বিহুৰ পৰা উপলব্ধ হব ৷
বিনামূলীয়া পিডিএফ সংস্কৰণ তথা ই-বুকঃ

স্বাধীনতাৰ স্বপ্নগাঁথাৰ ই-বুক(পিডিএফ)ৰ ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক   দুশ পৃষ্ঠাৰ কিতাপখন এখন নতুন খিৰিকিত খোল খাব, ডাঙৰ ফাইল বাবে অলপ সময় লব পাৰে ৷




নবীন কবি মিণ্টু দাসৰ সদ্য প্ৰকাশিত কবিতা সংকলনঃ
"কোনে জানে জীৱনৰ সঠিক খবৰ"
কবিতা পুথিখনৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত বা কিতাপৰ বেটুপাতত ক্লিক কৰক। তেতিয়া তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
-----------------------------------------------------



শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত
ভাষা সাহিত্য সন্মিলনী, অসমৰ উদ্যোগত
আৱক্ষ মূৰ্তি উন্মোচনৰ উপলক্ষত প্ৰকাশিত স্মৃতিগ্ৰন্থ

"পৰাগ কুমাৰ দাসৰ সোঁৱৰণত"

স্মৃতিগ্ৰন্থখনিৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত ক্লিক কৰক। তেতিয়া
তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷

--------------------------------------------------------------------

বিদেশৰ মাটিত এখন অসমীয়া স্মৰণিকা

"নেদেখা সোণালী সূতাৰে বন্ধা"
অসম সমাজ, কাটাৰে, ইণ্ডিয়ান কমিউনিটি ফেষ্টিভেল ২০১৩ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা।
ৰঙীন আকৰ্ষণীয় স্মৰণিকাখনি
ডাউনলোডৰ সুবিধাৰ বাবে তিনিটা খণ্ডত মুকলি কৰা হৈছে। পিডিএফত  স্মৰণিকাখনি পাবলৈ তলৰ সূত্ৰত ক্লিক কৰক
১. প্ৰথম খণ্ড

তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
সাহিত্য.অৰ্গত প্ৰকাশিত সাক্ষাতকাৰ সমূহৰ সংকলনৰ ই-বুক
সাক্ষাৎকাৰ
যুগুতাই দিয়াৰ বাবে ডঃ অঞ্জল বৰালৈ ধন্যবাদ জ্ঞাপন কৰিছো।
লগতে ভাষা সাহিত্য সন্মিলনী, অসমৰ সকলো কৰ্মকতালৈ কৃতজ্ঞতা।

-------------------------------------------------
(নীতি-শিক্ষামূলক প্ৰথমখন অসমীয়া ই-বুক)
ডঃ অঞ্জল বৰাৰ

তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, 
এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷
যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
----------------------------------------------------------------------
অসম চচাইটি অৱ বেংগেলুৰুৱে দুৰ্গাপূজা উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা 

"শ্ৰী"
অনলাইন পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক



শিশুৰ বাবে অ-আ, ক-খ
 বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা অসমীয়া সকলৰ নৱ-প্ৰজন্মই অ-আ-ক-খ শিকিব পৰাকৈ অকণিৰ আৰ্হি পাঠৰ ই-বুক সংস্কৰণ খন বিনামূলীয়া ৰূপত ডাউন লোড কৰি লবৰ বাবে ব্যৱস্থা কৰা হৈছে৷লেখিকাঃ শশীমাই শইকীয়া (দত্ত), ৰাজ্যিক বঁটাৰে সন্মানিত অৱসৰ-প্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী, ধেমাজি, অসম ৷

 আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷

অন্যান্য অসমীয়া ই-কিতাপৰ সূত্ৰঃ 


লক্ষ্মীনাথ বেজবৰুৱাৰ অনুপম সৃষ্টি "বুঢ়ী আইৰ সাধু" ৰ পিডিএফৰ বাবে ইয়াত ক্লিক কৰক৷
আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷

-------------------------------------------------------

মৌচাক আলোচনীৰ ত্ৰিশ বছৰ হোৱা উপলক্ষে ৰাইজলৈ আগবঢ়াইছে "মৌচাক"ৰ ই-সংস্কৰণ
বিনামূলীয়াকৈ উপলব্ধ হোৱা এই ই-সংস্কৰণৰ বাবে তলৰ সূত্ৰত ক্লিক কৰিব পাৰে ৷






---------------------------------------------------------------------
মে’ ২০১৩ সংখ্যা বিনামূলীয়া ই-বুক 

নতুন আৱিস্কাৰৰ মে’ ২০১৩ সংখ্যাৰ ডাউনলোডৰ বাবে ইয়াত ক্লিক কৰক ৷












ভূপেন হাজৰিকা সম্পাদিত, অসমৰ প্ৰথমখন মাইক্ৰমিনি আলোচনী "বিন্দু" প্ৰথমটো সংখ্যা পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক৷

34 comments:

  1. অসমৰ পৰা দূঁৰত থাকিও অসমীয়া কিতাপ পঢ়াৰ সুযোগ পাই আনন্দিত হৈছো৷
    এই ৱেব-ছাইট ৰ দীৰ্ঘায়ু কামনা কৰিলো!

    ReplyDelete
  2. বেজবৰুৱাদেৱৰ অনন্য সৄষ্টি " বুঢ়ী আইৰ সাধু " কিতাপ খন ই-কিতাপ হিচাপে দেখিব পাই অতি সু্খি হৈছো |

    ReplyDelete
  3. অসমীয়া ৱেব-ছাইট এটা পাই যথেষঠ আনন্দিত হৈছো । আশাকৰো গুণগত মানদ্বন্দ্বৰ ৰচনা সম্ভাৰ পঢ়িব পাম ।

    ReplyDelete
  4. pare jadi kunubai ranju hazarikar upanshyk bilako upload karibasun...parhibar bar man gaisey.....

    ReplyDelete
  5. ইণ্টাৰনেটৰ জগতত এটা সুন্দৰ অসমীয়া ৱেব-ছাইট পাই আনন্দিত হৈছো ।

    ReplyDelete
  6. khub hundor prosesta.....

    ReplyDelete
  7. khub bhal lagile asomiya website dekhi

    ReplyDelete
  8. ধন্যবাদ ধন্যবাদ |

    ReplyDelete
  9. khub aanondito hoisu akhomiyar wesite pai
    thank you very much............

    ReplyDelete
  10. assamiaa niti sikha kitap khan porhi khub val lagill...

    ReplyDelete
  11. NRI hoiu , assamese kitap bur pohibo pai khub bhal lagile.....

    ReplyDelete
  12. ami asamiya nohou dukhiya.....................karon aamar majot atiyau asamiyar babea voba manuh aasea..dhoinnyabad.

    ReplyDelete
  13. Burhi aair xadhu khan pdf t pai xukhi holu. Axomiya xahityor dirghayyu kamona korilu.

    ReplyDelete
  14. Val lagise .... axomoya vakha2 giyai rakhaor babe val padakhep...

    ReplyDelete
  15. ২০০৯ চনর মৌচাক আলোচনীর পুরনা সংস্করণ বোর পিডিএফ রুপত প্রকাশ করিব পারি নে নাই...। কারোবার ওচরত ২০০৯র মেট্রিকত বিশেষ স্থান আধিকার করা ছাত্রসকলর ইন্টারভিউ প্রকাশ করা মৌচাক সংখ্যাখন আছে নেকি? ঘুরাই দিয়ার প্রতিস্রুতি দিলে কোনোবাই ধারে দিব নেকি?

    ReplyDelete
  16. "বুঢ়ি আইৰ সাধু " কিতাপ খ্ন ইন্টাৰ্নেট'ত পাই খুবেই ভাল লাগিছে ऽ'স্মীয়া সুখ-দুখ ৰ স'মুহ প'ৰিয়ালৈ ধ্ঞ্বাদ

    ReplyDelete
  17. Bohudin dhori ake dekhi asu. e book-r notun upload kiba diyok....

    ReplyDelete
  18. Thanks Xukhdukh ..great work..keep it up

    ReplyDelete
  19. অসমীয়া ৱেব-ছাইট পাই আনন্দিত হৈছো ।এই ৱেব-ছাইট ৰ দীৰ্ঘায়ু কামনা কৰিলো!

    ReplyDelete
  20. ৱেবছাইটতো পাই ভাল লাগিল!

    ReplyDelete
  21. অসমীয়াৰ সুখ-দুখ দীৰ্ঘায়ু হ'ব বুলি অাশা ৰাখিলো৷ পুৰণি অসমীয়া কাকত-অালোচনীবোৰ ৬০-৭০ৰ দশকৰ পৰাই পাবৰ ব্যৱস্থা কৰিলে বৰ সুখী হ'লো হয়৷

    ReplyDelete
  22. অসমীয়া সুখ-দুখ দীৰ্ঘায়ু হওঁক ।

    ReplyDelete
  23. Reference book bur
    Update di thakak.
    Ami pari balpaiso
    Callge r kitab bur dibo

    ReplyDelete
  24. অসমীয়া ৱেৱচাইট 2 পাই বহুত ভাল লাগিল ।আশা কৰো আগুৱাই আৰু নিবলৈ ।

    ReplyDelete
  25. অসমীয়া ৱেৱচাইট 2 পাই বহুত ভাল লাগিল ।আশা কৰো আগুৱাই আৰু নিবলৈ ।

    ReplyDelete
  26. বহুত বহুত বহুত বহুত...ধন্যবাদ...

    ReplyDelete
  27. এনেকুৱা এটা সুন্দৰ web site পাই সঁচাকৈ যথেষ্ঠ আনন্দিত হৈছো...

    ReplyDelete
  28. অনলাইনৰ যুগত অনলাইন পদক্ষেপ।অসমীয়া সাহিত্যৰ ৱেবচাইটটি পাই নথৈ আনন্দিত ও গৌৰৱ অনুভৱ কৰিছোঁ।এয়া অসমৰ বাবে এক মহান উপকাৰ।

    ReplyDelete
  29. অসমীয়া ৱেৱচাইট, অসমীয়াৰ সুখ-দুখ ইণ্টাৰনেটত পাই যথেষঠ আনন্দিত হৈছো ।বহুত ধন্যবাদ .

    ReplyDelete
  30. এনেকোৱা এটা অসমীয়া ৱেৱচাইটৰ বাবে বাট চাই আছিলো। আপনালোকক বহুতো ধন্যবাদ। বাসুদেব দাস

    ReplyDelete
  31. মানুহ হোৱাৰ গৌৰৱ - হোমেন বৰগোহাঞি খনৰ ই- সংস্কৰণৰ বাবে অপেক্ষা কৰিলে ৷

    ReplyDelete
  32. Really bahut bahal lagil moi maje maje mon bhal logaboir babe khulu aru pahu . Xubidha pale kiba likhibou paru

    ReplyDelete