অসমীয়াৰ সুখ দুখৰ অনলাইন পুথিভঁৰালঃ
এই পৃষ্ঠাত অসমীয়া ই-কিতাপৰ সন্ধান তথা ফ্ৰী ডাউনলোডৰ ব্যৱ্স্থা কৰা হৈছে ৷
শেহতীয়া আপলোডঃ
ডঃ ভূপেন শইকীয়া দেৱৰ স্মৃতিচাৰণ কৰি শ্ৰী বিকাশজ্যোতি বৰুৱাৰ সম্পাদনাৰে প্ৰকাশিত হোৱা চাৰিশ পৃষ্ঠাৰ বিশাল ই-স্মৰণিকা খনি 'অসমীয়াৰ সুখ-দুখ'ৰ ই-পুথিভঁৰালত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই স্মৰণিকাখনৰ পিডিএফ পাবলৈ তলৰ ফটোত ক্লিক কৰক।
**********************************
জীৱন এনেকৈয়ে
নিবিড় অনুৰাগ মানস
কবিতা সংকলন, মুঠ-৩২ পৃষ্ঠা
ই-সংস্কৰণ, অসমীয়াৰ সুখ-দুখৰ সহযোগত মুকলি কৰা হৈছে।
জীৱন এনেকৈয়ে ৰ পিডিএফৰ বাবে ক্লিক কৰকঃ
https://xukhdukhebooks.files.wordpress.com/2015/11/nibir-poem-book1.pdf
উপন্যাসঃ
১. স্বাধীনতাৰ স্বপ্নগাঁথা
লেখকঃ অজয় লাল দত্ত
চমুটোকাঃ অসমৰ বিগত কেইবাদশকৰ আৰ্থ সামাজিক উত্থান পতনৰ মাজত নৱ-প্ৰজন্মৰ মাজত উদয় হোৱা দ্বন্দ্ব আৰু দোমোজাৰ মাজত এক মুক্ত পৃথিৱীৰ, স্বাধীন সমাজৰ সপোন বিচৰাৰ এক প্ৰয়াস, উপন্যাসৰ ৰূপত ৷
প্ৰকাশঃ ২০১১ চন, প্ৰকাশকঃ আইডিয়া ফিউচাৰ প্ৰকাশ ও মানৱ সম্পদ বিকাশ কেন্দ্ৰ ৷
কিতাপখনৰ প্ৰকাশিত সমালোচনাঃ
১. আমাৰ অসম কাকততঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
স্বাধীনতাৰ স্বপ্নগাঁথাৰ ই-বুক(পিডিএফ)ৰ ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক দুশ পৃষ্ঠাৰ কিতাপখন এখন নতুন খিৰিকিত খোল খাব, ডাঙৰ ফাইল বাবে অলপ সময় লব পাৰে ৷
নবীন কবি মিণ্টু দাসৰ সদ্য প্ৰকাশিত কবিতা সংকলনঃ
"কোনে জানে জীৱনৰ সঠিক খবৰ"কবিতা পুথিখনৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত বা কিতাপৰ বেটুপাতত ক্লিক কৰক। তেতিয়া তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
-----------------------------------------------------
শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ভাষা সাহিত্য সন্মিলনী, অসমৰ উদ্যোগত
আৱক্ষ মূৰ্তি উন্মোচনৰ উপলক্ষত প্ৰকাশিত স্মৃতিগ্ৰন্থ
"পৰাগ কুমাৰ দাসৰ সোঁৱৰণত"
স্মৃতিগ্ৰন্থখনিৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত ক্লিক কৰক। তেতিয়া তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
--------------------------------------------------------------------
বিদেশৰ মাটিত এখন অসমীয়া স্মৰণিকা
অসম সমাজ, কাটাৰে, ইণ্ডিয়ান কমিউনিটি ফেষ্টিভেল ২০১৩ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা।
ৰঙীন আকৰ্ষণীয় স্মৰণিকাখনি
ডাউনলোডৰ সুবিধাৰ বাবে তিনিটা খণ্ডত মুকলি কৰা হৈছে। পিডিএফত স্মৰণিকাখনি পাবলৈ তলৰ সূত্ৰত ক্লিক কৰক
১. প্ৰথম খণ্ড
১. প্ৰথম খণ্ড
তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
সাহিত্য.অৰ্গত প্ৰকাশিত সাক্ষাতকাৰ সমূহৰ সংকলনৰ ই-বুক
সাক্ষাৎকাৰ
যুগুতাই দিয়াৰ বাবে ডঃ অঞ্জল বৰালৈ ধন্যবাদ জ্ঞাপন কৰিছো।লগতে ভাষা সাহিত্য সন্মিলনী, অসমৰ সকলো কৰ্মকতালৈ কৃতজ্ঞতা।
-------------------------------------------------
(নীতি-শিক্ষামূলক প্ৰথমখন অসমীয়া ই-বুক)
ডঃ অঞ্জল বৰাৰ
তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব,
এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷
যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
----------------------------------------------------------------------যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷
অসম চচাইটি অৱ বেংগেলুৰুৱে দুৰ্গাপূজা উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা
"শ্ৰী"
অনলাইন পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক
শিশুৰ বাবে অ-আ, ক-খ
বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা অসমীয়া সকলৰ নৱ-প্ৰজন্মই অ-আ-ক-খ শিকিব পৰাকৈ অকণিৰ আৰ্হি পাঠৰ ই-বুক সংস্কৰণ খন বিনামূলীয়া ৰূপত ডাউন লোড কৰি লবৰ বাবে ব্যৱস্থা কৰা হৈছে৷লেখিকাঃ শশীমাই শইকীয়া (দত্ত), ৰাজ্যিক বঁটাৰে সন্মানিত অৱসৰ-প্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী, ধেমাজি, অসম ৷
আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷
অন্যান্য অসমীয়া ই-কিতাপৰ সূত্ৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ অনুপম সৃষ্টি "বুঢ়ী আইৰ সাধু" ৰ পিডিএফৰ বাবে ইয়াত ক্লিক কৰক৷
আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷
-------------------------------------------------------
---------------------------------------------------------------------
মে’ ২০১৩ সংখ্যা বিনামূলীয়া ই-বুক
ভূপেন হাজৰিকা সম্পাদিত, অসমৰ প্ৰথমখন মাইক্ৰমিনি আলোচনী "বিন্দু" প্ৰথমটো সংখ্যা পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক৷
অসমৰ পৰা দূঁৰত থাকিও অসমীয়া কিতাপ পঢ়াৰ সুযোগ পাই আনন্দিত হৈছো৷
ReplyDeleteএই ৱেব-ছাইট ৰ দীৰ্ঘায়ু কামনা কৰিলো!
বেজবৰুৱাদেৱৰ অনন্য সৄষ্টি " বুঢ়ী আইৰ সাধু " কিতাপ খন ই-কিতাপ হিচাপে দেখিব পাই অতি সু্খি হৈছো |
ReplyDeleteধন্যবাদ
ReplyDeleteঅসমীয়া ৱেব-ছাইট এটা পাই যথেষঠ আনন্দিত হৈছো । আশাকৰো গুণগত মানদ্বন্দ্বৰ ৰচনা সম্ভাৰ পঢ়িব পাম ।
ReplyDeletepare jadi kunubai ranju hazarikar upanshyk bilako upload karibasun...parhibar bar man gaisey.....
ReplyDeleteNichita bhane aniba lage....
Deleteইণ্টাৰনেটৰ জগতত এটা সুন্দৰ অসমীয়া ৱেব-ছাইট পাই আনন্দিত হৈছো ।
ReplyDeletekhub hundor prosesta.....
ReplyDeletekhub bhal lagile asomiya website dekhi
ReplyDeleteধন্যবাদ ধন্যবাদ |
ReplyDeletekhub aanondito hoisu akhomiyar wesite pai
ReplyDeletethank you very much............
assamiaa niti sikha kitap khan porhi khub val lagill...
ReplyDeleteNRI hoiu , assamese kitap bur pohibo pai khub bhal lagile.....
ReplyDeleteami asamiya nohou dukhiya.....................karon aamar majot atiyau asamiyar babea voba manuh aasea..dhoinnyabad.
ReplyDeleteBurhi aair xadhu khan pdf t pai xukhi holu. Axomiya xahityor dirghayyu kamona korilu.
ReplyDeleteVal lagise .... axomoya vakha2 giyai rakhaor babe val padakhep...
ReplyDelete২০০৯ চনর মৌচাক আলোচনীর পুরনা সংস্করণ বোর পিডিএফ রুপত প্রকাশ করিব পারি নে নাই...। কারোবার ওচরত ২০০৯র মেট্রিকত বিশেষ স্থান আধিকার করা ছাত্রসকলর ইন্টারভিউ প্রকাশ করা মৌচাক সংখ্যাখন আছে নেকি? ঘুরাই দিয়ার প্রতিস্রুতি দিলে কোনোবাই ধারে দিব নেকি?
ReplyDelete"বুঢ়ি আইৰ সাধু " কিতাপ খ্ন ইন্টাৰ্নেট'ত পাই খুবেই ভাল লাগিছে ऽ'স্মীয়া সুখ-দুখ ৰ স'মুহ প'ৰিয়ালৈ ধ্ঞ্বাদ
ReplyDeleteBohudin dhori ake dekhi asu. e book-r notun upload kiba diyok....
ReplyDeleteThanks Xukhdukh ..great work..keep it up
ReplyDeletebhal lagil hundar prasesta
ReplyDeleteঅসমীয়া ৱেব-ছাইট পাই আনন্দিত হৈছো ।এই ৱেব-ছাইট ৰ দীৰ্ঘায়ু কামনা কৰিলো!
ReplyDeleteৱেবছাইটতো পাই ভাল লাগিল!
ReplyDeleteঅসমীয়াৰ সুখ-দুখ দীৰ্ঘায়ু হ'ব বুলি অাশা ৰাখিলো৷ পুৰণি অসমীয়া কাকত-অালোচনীবোৰ ৬০-৭০ৰ দশকৰ পৰাই পাবৰ ব্যৱস্থা কৰিলে বৰ সুখী হ'লো হয়৷
ReplyDeleteঅসমীয়া সুখ-দুখ দীৰ্ঘায়ু হওঁক ।
ReplyDeleteReference book bur
ReplyDeleteUpdate di thakak.
Ami pari balpaiso
Callge r kitab bur dibo
অসমীয়া ৱেৱচাইট 2 পাই বহুত ভাল লাগিল ।আশা কৰো আগুৱাই আৰু নিবলৈ ।
ReplyDeleteঅসমীয়া ৱেৱচাইট 2 পাই বহুত ভাল লাগিল ।আশা কৰো আগুৱাই আৰু নিবলৈ ।
ReplyDeleteবহুত বহুত বহুত বহুত...ধন্যবাদ...
ReplyDeleteএনেকুৱা এটা সুন্দৰ web site পাই সঁচাকৈ যথেষ্ঠ আনন্দিত হৈছো...
ReplyDeleteঅনলাইনৰ যুগত অনলাইন পদক্ষেপ।অসমীয়া সাহিত্যৰ ৱেবচাইটটি পাই নথৈ আনন্দিত ও গৌৰৱ অনুভৱ কৰিছোঁ।এয়া অসমৰ বাবে এক মহান উপকাৰ।
ReplyDeleteঅসমীয়া ৱেৱচাইট, অসমীয়াৰ সুখ-দুখ ইণ্টাৰনেটত পাই যথেষঠ আনন্দিত হৈছো ।বহুত ধন্যবাদ .
ReplyDeleteএনেকোৱা এটা অসমীয়া ৱেৱচাইটৰ বাবে বাট চাই আছিলো। আপনালোকক বহুতো ধন্যবাদ। বাসুদেব দাস
ReplyDeleteমানুহ হোৱাৰ গৌৰৱ - হোমেন বৰগোহাঞি খনৰ ই- সংস্কৰণৰ বাবে অপেক্ষা কৰিলে ৷
ReplyDeleteReally bahut bahal lagil moi maje maje mon bhal logaboir babe khulu aru pahu . Xubidha pale kiba likhibou paru
ReplyDeleteapunalukr ei prosesta oti prongxoniyo .kebakhonu kitap pohibloi pai bohut xukhi holu.aru val val kitap xomuh upload koribo buli axa rakhilu
ReplyDeleteময়ূৰ বৰাদেৱৰ "ব্ৰাক্ষ্মণ্যবাদৰ কলীয়া ডাৱৰ আৰু অসম" নামৰ কিতাপখন পোৱা যাব নেকি?
ReplyDeleteKokadeuta aru natilora PDF ase naki... Axomiya bhakha jiyai rakhibo homoy hoise.. sab kitap jibur balyokaalot porhisilu akou kinim and PDF buru distribution korim horu horu bhaiti bhonti burok porhibole..
ReplyDelete
ReplyDeleteঅসমীয়া ৱেৱচাইট,অসমীয়াৰ সুখ-দুখ ইণ্টাৰনেটত পাই বৰ
ভাল লাগিছে। খুউব সুন্দৰ।
Plz plz devbrat das'r hiyar pokhila kitap khnr pdf file to diok. Kitap khn khubei darkar hoise. Plz plz diok son 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ReplyDeleteপাচান আলি আহমেদ দেৱৰ যোগাযোগ মূলক অসমীয়া কিতাপ খন পাম নে
ReplyDeleteসুন্দৰ প্ৰস্তুতি।
ReplyDeleteAssamese letter application kitap pam niki ?
ReplyDeleteAssamese kitab kinipor babe visit korok mkitaab.com
ReplyDelete