চাকৰিৰ খবৰঃ NIT শিলচৰত প্ৰজেক্ট এচোচিয়েট আৰু JRF ৰ তিনিটা পদ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ NIT শিলচৰত প্ৰজেক্ট এচোচিয়েট আৰু JRF ৰ তিনিটা পদ

চাকৰিৰ খবৰঃ NIT শিলচৰত প্ৰজেক্ট এচোচিয়েট আৰু JRF ৰ তিনিটা পদ

Share This

১. NIT শিলচৰত প্ৰজেক্ট এচোচিয়েটৰ দুটি পদৰ বাবে আবেদন বিচৰা হৈছে। বয়সৰ উৰ্ধসীমাঃ ৩৫ বছৰ। আবেদনৰ শেষ তাৰিখঃ ১৫জুন ২০২০। অৰ্হতাঃ B.Tech/B.E. in Electrical/Electronics Engineering, দৰমহাঃ ৩১ হাজাৰ প্ৰতি মাহে। আবেদনৰ বাবে নিজৰ বায়ডাটা পঠাবলৈ ইমেইলঃ email (amritesh.nits@gmail.com)

বিজ্ঞাপনৰ সবিশেষ জানিবলৈ মূল উতসলৈ যাবলৈ ক্লিক কৰকঃ


২. NIT শিলচৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ বিভাগত এটি জুনিয়ৰ ৰিচাৰ্ছ ফেল’ পদৰ বাবে আবেদন বিচৰা হৈছে। বয়সৰ উৰ্ধসীমাঃ ৩৫ বছৰ। আবেদনৰ শেষ তাৰিখঃ ১৫জুন ২০২০। অৰ্হতাঃ M.Tech/M.E. in Electrical Engineering (Specialization- Power
Electronics) along with GATE/NET qualified (including
lectureship)
দৰমহাঃ ৩১ হাজাৰ প্ৰতি মাহে। আবেদনৰ বাবে নিজৰ বায়ডাটা পঠাবলৈ ইমেইলঃ (amritesh.nits@gmail.com)
http://www.nits.ac.in/recruitment/JRF%20EE.pdf

সকলো চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰক তলৰ লিংকঃ
https://www.xukhdukh.com/search/label/GOVTJOB?&max-results=6

No comments:

Post a Comment