চাকৰিৰ খবৰঃ গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত ২০ টা পদৰ অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত ২০ টা পদৰ অনলাইন আবেদন

চাকৰিৰ খবৰঃ গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত ২০ টা পদৰ অনলাইন আবেদন

Share This
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ অধীনস্থ স্বায়ত্তশাসিত সংস্থা গুৱাহাটীস্থ Institute of Advanced Study in Science and Technology, পশ্চিম বৰাগাঁও, গুৱাহাটী-781035 ত মুঠ ২০ টা পদৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে।

১. প্ৰজেক্ট এচিছেণ্ট- ২টা পদ। প্ৰজেক্ট এচিষ্টেণ্টৰ দুটা পদৰ বাবে আবেদন বিচৰা হৈছে। শেষ তাৰিখঃ ২১ জুন ২০২০। দৰমহা ১২,৫০০ প্ৰতি মাহে। স্থানঃ গুৱাহাটী। 

২. ফিল্ড ৱৰ্কাৰঃ তিনিটা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ২১ জুন ২০২০।

৩. লেৱৰেটৰী এচিষ্টেণ্টঃ ৩টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ২১ জুন ২০২০।

৪. চিনিয়ৰ ৰিচাৰ্ছ এচোচিয়েটঃ ৪টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ২১ জুন ২০২০।

৫. প্ৰজেক্ট চাইণ্টিষ্ট-II : ১ টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ২১ জুন ২০২০।

৬. মেনেজাৰ (ইনকিউবেচন এণ্ড আউটৰিচ): ১ টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ৩ জুলাই ২০২০।

৭. মেনেজাৰ (চাইন্স এণ্ড টেকন’লজি): ১টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ৩ জুলাই ২০২০।

৮. অফিচ এচিষ্টেণ্টঃ ১টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ৩ জুলাই ২০২০।

৯. প্ৰজেক্ট চাইণ্টিষ্টঃ ১ টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ১৬ জুন ২০২০।

১০. প্ৰজেক্ট এচোচিয়েটঃ ১ টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ১৬ জুন ২০২০।

১১. প্ৰজেক্ট এচোচিয়েটঃ ১ টা পদ। অনলাইন আবেদনৰ শেষ তাৰিখঃ ১৬ জুন ২০২০।

সবিশেষ আৰু অনলাইন আবেদনৰ বাবে তলৰ ফটো বা লিংকত
ক্লিক কৰকঃ https://iasst.res.in/web/

No comments:

Post a Comment