চাকৰিৰ খবৰঃ মাধ্যমিক শিক্ষা সঞ্চালকালয়, গুৱাহাটীত ১১৯টা জুনিয়ৰ এচিষ্টেণ্টৰ পদঃ অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ মাধ্যমিক শিক্ষা সঞ্চালকালয়, গুৱাহাটীত ১১৯টা জুনিয়ৰ এচিষ্টেণ্টৰ পদঃ  অনলাইন আবেদন

চাকৰিৰ খবৰঃ মাধ্যমিক শিক্ষা সঞ্চালকালয়, গুৱাহাটীত ১১৯টা জুনিয়ৰ এচিষ্টেণ্টৰ পদঃ অনলাইন আবেদন

Share This
মাধ্যমিক শিক্ষা সঞ্চালকালয়, গুৱাহাটীত ১১৯ টা চাকৰি
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় (Directorate of Secondary Education), গুৱাহাটীত কনিষ্ঠ সহায়কৰ ১১৯ টা পদৰ বাবে অনলাইন আবেদন বিচৰা হৈছে। 

পদৰ নামঃ জুনিয়ৰ এচিষ্টেণ্ট
পদৰ সংখ্যাঃ ১১৯ টা
দৰমহাঃ ১৪০০০-৬০৫০০ টা প্ৰতি মাহে।

চাকৰিৰ ঠাইঃ কাহিলীপাৰা, গুৱাহাটী।
আবেদনৰ শেষ তাৰিখঃ ২৩ জুন ২০২০
নিযুক্তি প্ৰক্ৰিয়াঃ লিখিত পৰীক্ষাৰ পাছত সাক্ষাতকাৰ।


আগ্ৰহী সকলে Directorate of Secondary Educationৰ ৱেবচাইটত অনলাইন আবেদন কৰিব পাৰিব।
লিংকঃ www.madhyamik.assam.gov.in

অৰ্হতাঃ স্নাতক। বিশদ বিজ্ঞাপনৰ বাবে তলৰ সূত্ৰত ক্লিক কৰকঃ

No comments:

Post a Comment