সুখ-দুখ LIVE 'স্বাস্থ্য-কথা' :: ক'ৰোনাৰ পৰিৱেশ আৰু স্ত্ৰী ৰোগৰ জানিব লগীয়া কথা। - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখ LIVE 'স্বাস্থ্য-কথা' :: ক'ৰোনাৰ পৰিৱেশ আৰু স্ত্ৰী ৰোগৰ জানিব লগীয়া কথা।

সুখ-দুখ LIVE 'স্বাস্থ্য-কথা' :: ক'ৰোনাৰ পৰিৱেশ আৰু স্ত্ৰী ৰোগৰ জানিব লগীয়া কথা।

Share This

সুখ-দুখ LIVE 'স্বাস্থ্য-কথা'
বিষয়ঃ ক'ৰোনাৰ পৰিৱেশ আৰু স্ত্ৰী ৰোগৰ জানিব লগীয়া কথা। 
গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ প্ৰসূতি আৰু স্ত্ৰীৰোগৰ বিশেষজ্ঞা ডা° ৰুনা বিশ্বাসৰ সৈতে মনালী চি. দত্ত, কাৰ্যবাহী সম্পাদক, xukhdukh.com ৰ এটি অনলাইন-সাক্ষাতকাৰ তথা আলোচনা।

আলোচনাৰ মূল বিষয় সমূহ হৈছেঃ

১. ক’ৰনা মহামাৰীৰ সময়চোৱাত গৰ্ভাৱতী মহিলা সকলৰ যতনৰ বাবে কেইটিমান পৰামৰ্শ।

২. পেইনফুল পিৰিয়ডচৰ সমস্যা কিয় হয়। চিকিতসা বিধান কেনে ধৰণৰ হয়।

৩. ‘FIRST GYANECOLOGICAL VISIT’ কিশোৰী সকলক কিমান বয়সৰ পৰা মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় কথাবোৰৰ বাবে বিশেষজ্ঞাৰ সৈতে পৰামৰ্শ কৰাব লাগে। কিশোৰী সকলক আচলতে কি দৰে এইজগতখনৰ লগত পৰিচয় কৰোৱা উচিত। পৰম্পৰাগত শিকন নে স্ত্ৰীৰোগৰ বিশেষজ্ঞাৰ সৈতে কনচাল্টৰ জৰিয়তে।

৪. মহিলাৰ স্ত্ৰীৰোগৰ সময়মতে ধৰা পেলোৱাৰ বাবে কি কি স্ক্ৰিনিংৰ বাবে সময়ে সময়ে স্ত্ৰীৰোগ বিশেষজ্ঞাৰ সৈতে পৰামৰ্শ লোৱা উচিত।

৫. মাতৃ, শিশু আৰু কিশোৰী সকলৰ বাবে এই সময়চোৱাত সাৱধানতাৰ বাবে কেইটিমান পৰামৰ্শ।

তলৰ ভিডিঅ'টো প্লে কৰি আলোচনাটো চাব পাৰিবঃ
-------------------------------------------
অসমীয়াৰ সুখ-দুখ xukhdukh.com অনলাইন দৈনিক
চাবচক্ৰাইব কৰকঃ https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA

No comments:

Post a Comment