তাজাখবৰঃ এইবাৰ মেট্ৰিকৰ শীৰ্ষ দহটা স্থানৰ দখল কৰিলে কোনে? সম্পূৰ্ণ তালিকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ এইবাৰ মেট্ৰিকৰ শীৰ্ষ দহটা স্থানৰ দখল কৰিলে কোনে? সম্পূৰ্ণ তালিকা

তাজাখবৰঃ এইবাৰ মেট্ৰিকৰ শীৰ্ষ দহটা স্থানৰ দখল কৰিলে কোনে? সম্পূৰ্ণ তালিকা

Share This
অসমৰ ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৱেবচাইট সমূহৰ যোগেদি পুৱা ৯বজাত ঘোষণা কৰা হৈছে। তাৰে কেইটিমান ৱেবচাইট হৈছে-
৮. www.jagranjosh.com

দৰঙ জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতাই প্ৰথম স্থান লাভ কৰাৰ খবৰ পোৱা গৈছে। প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা তলত দিয়া হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৪.৮০ শতাংশ। মুঠ ৩,৪২,২২৪ গৰাকী অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৪৮,২৭৮ গৰাকী, দ্বিতীয় বিভাগত ৭৭,৮৫০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯৫,৬২৮ গৰাকী। সৰ্বমুঠ ২,২১,৭৫৬ গৰাকী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে।
ছয় নং স্থান লাভ কৰা স্থান দখল কৰা হৰিদ্ৰা বৰাৰ ঘৰ বেঙেনাখোৱাত। পিতৃ ৰুবুল বৰা বোকাখাত CNBমহাবিদ্যালয়ৰ অংক বি‌ভাগৰ প্ৰবক্তা।

1 comment: