চাকৰিৰ খবৰঃ ৰাজ্যিক পুলিচ নিযুক্তি বৰ্ডৰ ১০৮১ টা পদৰ বাবে অনলাইন আবেদনঃ দৰমহা ১৪-৬০হাজাৰলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ ৰাজ্যিক পুলিচ নিযুক্তি বৰ্ডৰ ১০৮১ টা পদৰ বাবে অনলাইন আবেদনঃ দৰমহা ১৪-৬০হাজাৰলৈ

চাকৰিৰ খবৰঃ ৰাজ্যিক পুলিচ নিযুক্তি বৰ্ডৰ ১০৮১ টা পদৰ বাবে অনলাইন আবেদনঃ দৰমহা ১৪-৬০হাজাৰলৈ

Share This

অসমৰ ষ্টেট লেভেল পুলিচ নিযুক্তি বৰ্ড, ৰিহাবাৰী, গুৱাহাটীয়ে সৰ্বমুঠ ১০৮১ টা পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। তাৰে ভিতৰত ১৪৪ টা পদ ফৰেষ্টাৰ-১, ১১টা পদ ষ্টেনোগ্ৰাফাৰ গ্ৰেড-৩, ৮১২ টা পদ ফৰেষ্ট গাৰ্ডৰ, ৩৫ টা পদ চাৰ্ভেয়াৰৰ, ২৮ টা পদ মাউত, ১ টা কাৰ্পেণ্টাৰ আৰু ৫০টা ড্ৰাইভাৰৰ পদ ফৰেষ্ট বিভাগৰ অধীনত।  অনলাইন আবেদনৰ শেষ তাৰিখ ২৫ জুন ২০২০। সেই তাৰিখৰ পাছত আৰু কোনো আবেদন পত্ৰ গ্ৰহণ কৰা নহব। 
দৰমহাৰ নিৰিখঃ ১৪০০০-৬০৫০০ টা পৰ্যন্ত।
চাকৰিৰ স্থানঃ গুৱাহাটী। 
বয়সঃ ৩৮ বছৰৰ উৰ্ধৰ হব নালাগিব আৰু ০১-০১-২০০২ৰ আগতে জন্মপ্ৰাপ্ত হব লাগিব। 

চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ভ্ৰমণ বানচ বা থকা-খোৱাৰ কোনো খৰছ প্ৰদান কৰা নহব। অনলাইন আবেদন SLPRB ৰ ৱেবচাইট যোগেহে কৰিব লাগিব। এই  লিংকঃ https://www.slprbassam.in/


আবেদনৰ সবিশেষ জানিবলৈ তলৰ লিংকত ক্লিক কৰকঃ  
https://www.slprbassam.in/pdf/RecruitmentNotice2020/ForestAdvertisement%20%2024-05-2020.pdf

No comments:

Post a Comment