চৰকাৰী চাকৰিঃ পুলিচ চাব-ইন্সপেক্টৰৰ ১৫৬৪ টা পদঃ আবেদন অনলাইন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী চাকৰিঃ পুলিচ চাব-ইন্সপেক্টৰৰ ১৫৬৪ টা পদঃ আবেদন অনলাইন

চৰকাৰী চাকৰিঃ পুলিচ চাব-ইন্সপেক্টৰৰ ১৫৬৪ টা পদঃ আবেদন অনলাইন

Share This
 পুলিচ চাব-ইন্সপেক্টৰৰ ১৫৬৪ টা পদঃ আবেদন অনলাইন
ভাৰত চৰকাৰৰ Ministry of Personnel, Public Grievances & Pensions মন্ত্ৰণালয়ৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ অধীনত ষ্টাফ চিলেকচন কমিচনে দিল্লী পুলিচ আৰু কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বলৰ চাব-ইন্সপেক্টৰৰ নিযুক্তি-২০২০ ৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে।

এই নিযুক্তি মুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা কৰা হব। ডিপাৰ্টমেণ্টেল কেণ্ডিডেটেও আবেদন কৰিব পাৰিব। সংবিধানৰ নিয়ম অনুযায়ী সংৰক্ষণ থাকিব। মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদৰ সংখ্যা বহুত আছে।

নিম্নতম অৰ্হতাঃ স্নাতক

পদৰ সংখ্যাঃ ১৫৬৪ টা

দৰমহাৰ নিৰিখঃ Rs. 35,400-Rs. 1,12,000/- প্ৰতি মাহে

পোষ্টিংৰ ঠাইঃ নতুন দিল্লী

আবেদনৰ শেষ তাৰিখ

আবেদন মাচুলঃ ১০০ টকা মাত্ৰ। মহিলা, ST, SC, Ex-Serviceman ৰ বাবে আবেদন মাচুল নাই।

আবেদনৰ উপায়ঃ অনলাইন আবেদন কৰক। নিজৰ নাম, ঠিকনা, অৰ্হতা আদি সঠিক ভাৱে প্ৰ-পত্ৰ অনলাইনতে পূৰণ কৰক।


সবিশেষ জানিবলৈ মূল বিজ্ঞাপনটো আৰু চাৰ্টিফিকেট ফৰমেটবোৰ পাবলৈ  ক্লিক কৰক তলৰ সূত্ৰ বা ফটোতঃ  
ৱান-টাইম ৰেজিষ্ট্ৰেচনৰ বাবে "Register Now" link provided in login Section on https://ssc.nic.in । লিংকটোলৈ যাবলৈ তলৰ ফটোত ক্লিক কৰকঃ 

No comments:

Post a Comment