মিচা ক’লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব?

মিচা ক’লে কি ডাল হব?

Share This
মন-জিতৰ কলমত
অসমীয়াত বলিউদী সংলাপ-৪
* মই তোমাক পাহৰি যাম সেয়ে হবই নোৱাৰে আৰু তুমি মোক পাহৰি যাবা সেয়া মই হ’বলে নিদো ৷ কাৰণ মই সৰুৰে পৰাই ব্রেণ’লিয়া আৰু ব্রাহ্মী শাকৰ জোল খাই আহিছো ।

* ৰাতি পুৱাই গ’ল মামু , যোৱা মোক চাহ এবাতি দি বাহি চোতাল সাৰা গৈ ।

* এই চার্কিট যাদুৰ জাপ্পিতো দে না, পথাৰলে যাব লাগে হাল লৈ ।

* কি ভায় হাল তুমি চলালে গৰু হালে কি কৰি থাকিব ?

* মুগেম্ব খুছ হৈ গ’ল । কিয়নো আজি শাহু বুঢ়ী নিজৰ ঘৰলে গ’ল ।

* কিমান মানুহ আছিল ? ....চৰকাৰ মই মাছে মঙহে ফ্রী খানা দেখি দকছি খাওতে হিচাব কৰিবলৈকে নহ’ল .....

* এতিয়া তোৰ কি হ’ব ক’লীয়া ? চৰকাৰ কিটো হ’ব আৰু হয় বদহজমী নহয় গেছ হ’ব ।

* হৌলি কেতিয়া ,কেতিয়া আছে ঐ হৌলি । চৰকা,ৰ ২৭ মার্চ বুধবাৰে ।

* বাসন্তী, এই কুকুৰ কেইটাৰ আগত নানাচিবা... দি-ৱাই বিহুৰাণী চলি আছে ডাইৰেক্ট তাতেহে নাছিবা দেই ।

* কুকুৰ কমিনা মই তোৰ তেজ পি খাই পেলাম । কাৰণ মোৰ তেজত হিমগ্লবিন কমি আছে ।
লেখকৰ ই-ঠিকনাত পৰিচয় পাবলৈ ইয়াতে ক্লিক কৰক

শেহতীয়া মিচা ক’লে কি ডাল হবঃ
মনজিতৰ কলমতঃ অসমীয়াত বলিউদী বচন-৩
মনজিতৰ কলমতঃ বলিউদী বচন-২
মনজিতৰ বলিউদী সংলাপ অসমীয়াত-১
সুৰজিত নেওগৰ..... বিন্দাচ জুবিন
মনজিতৰঃ আকৌ বাঁকৰ বচন
এই শিতানৰ সকলো লেখাৰ বাবে ইয়াত ক্লিক কৰক

No comments:

Post a Comment