অসমীয়া ছাত্ৰৰ নতুন মিউজিক ভিডিঅ’
"নুবুজিলা মোৰ হৃদয়খনি তুমি" জাকিৰৰ কণ্ঠত...
কথা-সুৰ-সংগীতঃ অংকুৰ বড়ো আৰু জাকিৰ হুছেইন
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক দৃশ্যক সামৰি প্ৰস্তুত কৰা
অনুপম মিউজিক ভিডিঅ’টো উপভোগ কৰি
"সংগীতৰ জগতখনত ভুমুকি মৰা প্ৰতিভাবান অসমীয়া নৱ-প্ৰজন্মৰ দুজন প্ৰতিভূক উৎসাহিত কৰক"
শেহতীয়া আপলোডঃ চাহিল দত্তৰ
প্ৰথমটো মিউজিক ভিডিঅ’ S.K.O.O.L এলবামৰ পৰা
"ল’ৰালি মোৰ কেনি আঁতৰি গ’ল"
সুখ দুখ ভিডিঅ’ শিতানৰ সকলো সমলৰ বাবে ইয়াতে ক্লিক কৰক
"ল’ৰালি মোৰ কেনি আঁতৰি গ’ল"
সুখ দুখ ভিডিঅ’ শিতানৰ সকলো সমলৰ বাবে ইয়াতে ক্লিক কৰক
No comments:
Post a Comment