"ৰসাল বিকাশ আঁচনি" ৰ অধীনত পোক-পতংগ উদ্যান আৰু ঘন-চিৰিকা ধাবাৰ বাবে ৮০% চাবডিচিত লোন বিতৰণ কৰিবলৈ লোৱাৰ ভাল খবৰ৷
নিজৰ "হাত"ৰ ওপৰত ভৰসা কৰা সকলে হাত-পাৰ্টিত যোগদান কৰি এই সুবিধা লব পাৰে৷
খাটি-অসমীয়া সকলৰ বাবে ইয়াৰে ৩৩% সংৰক্ষণ থাকিব৷ বাকী বিদেশী বিনিয়োগকাৰী, বিদেশী পৰ্যটক, ন-অসমীয়া সকলৰ বাবে ৩৩% আৰু মহিলা সকলৰ বাবে ৩৩% ৰখা হৈছে৷ বাকী এক শতাংশ লোন লটাৰী যোগে ভাগ্যৱানলৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে ৷
সকলোৱে কীট-পতংগৰে অসমীয়াক পুষ্টি প্ৰদানৰ এই মহৎ আঁচনিত হাত উজান দিও আহক ৷
No comments:
Post a Comment