বিশেষ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশেষ অনুভৱ

বিশেষ অনুভৱ

Share This
আজি সমন্বয়ৰ দিন
- প্ৰশান্ত বল্লভ হাজৰিকা
ছেপ্তেম্বৰ মাহৰ অষ্টম দিন ৷ আমাৰ সকলোৰে প্ৰাণৰো আপোন সুধাকন্ঠ ভুপেনদাৰ জন্ম দিন ৷ ৰাজ্যজুৰি উদ্যাপন হৈছে 'সমন্বয় দিৱস'ৰুপে ৷ 

ফেচবুকৰ পৃথিৱীতো সকলোৱে ভূপেনদাক ওপজা দিনটোত সোৱৰণ কৰিব বা কৰিবলৈ আৰম্ভ কৰিছে ৷ বহুতে হয়তো ক'ব, বছৰটোত পাহৰি থাকে আৰু আজি আকৌ সুৱঁৰিবলৈ আহিছে ৷ কিন্তু সেয়া নহয় ৷ আমি আৱেগপ্ৰৱণ মানুহ৷ আৱেগতেই সুপ্ত হৈ থাকে দেশ, জাতি, ইতিহাস, মানুহৰ প্ৰতি থকা প্ৰেম, শ্ৰদ্ধা আদি ৷ 

আজিও সেয়ে আমি আৱেগিক আৰু সেয়ে এতিয়া ভূপেনদাৰ হৃদয়স্পৰ্শী গানবোৰ ভূপেনদা বা আন শিল্পীৰ কণ্ঠত শুনি আৱেগিক হৈ পৰিছো, শিৰনত কৰিছো আপোন শিল্পীজনলৈ ৷ তাতেইতো আছে ভূপেনদাৰ প্ৰতি মৰম-শ্ৰদ্ধা ৷

No comments:

Post a Comment