স্নেহাশীষ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্নেহাশীষ

স্নেহাশীষ

Share This
প্রিয় ছাত্র সকললৈ... 

তুমি নতুন পোহৰৰ সতেজ পৰিচয় হোৱা 
তৰুণ তুমি,দীপ্তিমান আভাৰে জগত জিনি যোৱা 
চিনি লোৱা নতুন পুৰুষ 
নতুন দিনৰ কর্তব্য 
মানৱতাৰ গান গাই
তুমি চিৰ জ্যোতিষ্মান হোৱা! 

-প্রিয়ংকু নাৰায়ন বৰুৱা, প্ৰৱক্তা, আৰ ডি কলেজ, ডিগবৈ

No comments:

Post a Comment