সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসমীয়া বাতৰি কাকতৰ ইণ্টাৰনেট সংস্কৰণ 
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত দৈনিক বাতৰি কাকতৰ সংখ্যা ১৫খনতকৈ বেছি লগতে কেইবাখনো অর্ধ-সাপ্তাহিক/ সাপ্তাহিক বাতৰি কাকত প্রকাশিত হয় । তদুপৰি বহুকেইখন মাহেকীয়া/পষেকীয়া আলোচনী প্রকাশ হয় । 
কেইবাখনো বাতৰি কাকতৰ ইণ্টাৰনেট সংস্কৰণ আছে । ইণ্টাৰনেট সংস্কৰণ থকা ফলত অসমৰ বিভিন্ন ঠাই লগতে বিশ্বৰ বিভিন্ন প্রান্তত থকা প্রবাসী অসমীয়াসকলেও বাতৰি কাকতবোৰ কম্পিউটাৰ , ম’বাইল আদিত একে সময়তে পঢ়া সুবিধা পাইছে । 

বাতৰি কাকতবোৰৰ ইণ্টাৰনেট সংস্কৰণবোৰৰ ঠিকনা হ’ল : 

‘অসমীয়া প্রতিদিন’ৰ
http://asomiyapratidin.in ,
‘আমাৰ অসম’ৰ
http://amarasom.glpublications.in ,
‘অসমীয়া খবৰ’ৰ
www.assamiyakhabor.com ,
‘দৈনিক অগ্রদূত’ৰ
http://www.dainikagradoot.com ,
‘দৈনিক জনমভূমি’ৰ
www.dainikjanambhumi.co.in ,
‘আজিৰ অসম’ৰ
www.sentinelassam.com/ajirasom ,
‘দৈনিক অসম’ৰ
http://dainik.assamtribune.com ,
‘আজিৰ দৈনিক বাতৰি’ৰ
www.ajirdainikbatori.com ,
‘নিয়মীয়া বার্তা’ৰ
www.niyamiyabarta.com ,
‘জনসাধাৰণ’ৰ
www.janasadharan.in ,
‘এদিনৰ সংবাদ’ৰ
www.adinorsombad.in ,
‘গণ অধিকাৰ’ৰ
www.ganaadhikar.com ,
‘শংকৰজ্যোতি’ৰ
www.sankarjyoti.com ,
‘গণ সংবাদ’ৰ
www.ganasangbad.blogspot.com ,
‘আমি অসমৰ জনগণ’ৰ
www.aajnews.co.in ,
‘সাদিন’ৰ
http://sadin.co.in ইত্যাদি ।

এই কাকত সমূহৰ ইণ্টাৰনেট সংস্কৰণত ইউনিকোড ব্যৱহাৰ নকৰা বাবে ফটোৰ ৰূপতে পঠনযোগ্য হৈ আছে। আনহাতে ইউনিকোড ব্যৱহাৰ কৰি জনসাধাৰণ কাকতে নিজৰ ৱেবচাইটটোত মাজে সময়ে আপডেট কৰাৰো ব্যৱস্থা ৰাখিছে। পিছে সম্পূৰ্ণ ইউনিকোডত মাত্ৰ "অসমীয়াৰ সুখ দুখ" (www.xukhdukh.com) নামৰ অনলাইন দৈনিক খনহে প্ৰকাশিত হৈ আছে।

No comments:

Post a Comment