Monday, July 15, 2013

সুখ দুখ ভিডিঅ’জ (সংগীত)

ৰাষ্ট্ৰীয় মঞ্চত অসমীয়া লোক-সংগীতৰ সুৰ তুলি
অসমীয়া জীয়াৰী কল্পনা পাটোৱাৰী
"theBlue Frog @ India's Happiest music Festival-Bacardi Nh7 Weekender Pune"
অনুষ্ঠানত ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় পাৰ্কাচনিষ্ট ত্ৰিলোক গুৰটোৰ সতে
"মোক নবৌ নবৌ মাতিবা...."

No comments:

Post a Comment