সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
বাতৰি-কাকতৰ ই-মেইল ঠিকনাৰ তালিকা
ডঃ বুলজিৎ বুঢ়াগোহাঁই
ফেচবুকৰ বিভিন্ন গোটবোৰত বিভিন্ন জনে গল্প, কবিতা আদিৰ যোগেদি নিজৰ মনৰ ভাব,চিন্তা আদি প্রকাশ কৰা লগতে গ্রন্থ-সমালোচনা / মাজে মাজে বহুতো গুৰুত্বপূর্ণ কথা অৱতাৰণা কৰি আলোচনাবোৰত অংশ গ্রহণ কৰা দেখা যায়। যিবোৰত অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে কোনো কোনো সমস্যা সমাধানৰ বিশ্লেষণাত্মক সমাধান সূত্র আগবঢ়ায়।

এতিয়া কথা হ’ল এই বিভিন্ন বিষয়ৰ লিখাবোৰ বাতৰি কাকতলৈ পঠিয়ালে ভাল হয় , তেতিয়া ইণ্টাৰনেট ব্যৱহাৰ নকৰা লোকসকলেও পঢ়িব পাৰিব। ৰাইজৰ সুবিধা বাবে আমাৰ ৰাজ্যখনৰ পৰা প্রকাশিত দৈনিক বাতৰি কাকতবোৰৰ ই-মেইলবোৰ তলত উল্লেখ কৰিছোঁ।


১। আমাৰ অসম /Amar Asom : aamar.asom@gmail.com,glpghy2009@hotmail.com

২। অসমীয়া প্রতিদিন/Asomiya Pratidin : asomiyapratidin@yahoo.co.in,asomiyapratidin@sify.com

৩। আজিৰ দৈনিক বাতৰি/Ajir Dainik Batori :dainikbatori@yahoo.com, news4adb@gmail.com

৪। নিয়মীয়া বার্তা/Niyamiya Barta : niyamiyabarta@yahoo.in, niyamiyabarta@gmail.com

৫। দৈনিক অগ্রদূত/Dainik Agradoot : agra_doot@yahoo.com, agradoot@gmail.com

৬। অসমীয়া খবৰ/Asomiya Khabar : khabar_assam@sify.com, khabar_assam@yahoo.com

৭। দৈনিক জনমভূমি/The Daink Janambhumi : editordj@sify.com

৮। জনসাধাৰণ/Janasadharan : janasadharanghy@gmail.com

৯। আজিৰ অসম/ Ajir Asom : sentinelgroup@gmail.com,sentinel_group@rediffmail.com,thesentinel@satyam.net.in

১০। দৈনিক অসম/Dainik Asam : dainikasam@rediffmail.com

১১। এদিনৰ সংবাদ/Adinor Sambad :sambadadinor@gmail.com,adinassam@yahoo.com

১২। গণ অধিকাৰ/Gana Adhikar : ganaadhikar123@gmail.com

১৩। দৈনিক বাতৰি কাকত/Dainik Batori Kakot :batorikakot@rediff.com,batorikakot@sify.com

১৪। আজি/Aji : ajidaily@gmail.com,mailaji@sify.com

১৫। দৈনিক প্রতিবেদন/Dainik Pratibedon :dainikpratibedondon@gmail.com,
dainikpratibedon@yahoo.com

১৬।সাদিন/Sadin : sadinghy@yahoo.co.in

১৭।অসম বাণী/Asam Bani : asambani@gmail.com

১৮।আমি অসমৰ জনগণ/Aami Asomor Janagan : aajnews01244@gmail.com

১৯। শংকৰজ্যোতি/ Sankarjyoti : jyotisankar331@gmail.com

২০। গণ সংবাদ /Gana Sangbad : ganasangbad@yahoo.in

২১।গণজীৱন/Ganajiwan : ganajiwan@gmail.com

২২। দৈনন্দিন বাৰ্তা /Dainandin Barta : dbarta2014@gmail.com

No comments:

Post a Comment