চাকৰিৰ খবৰঃ অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচনত (ONGC) এপ্ৰেণ্টিচঃ অসমত ৭১৬ টা পদৰ আবেদন অনলাইন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচনত (ONGC) এপ্ৰেণ্টিচঃ অসমত ৭১৬ টা পদৰ আবেদন অনলাইন

চাকৰিৰ খবৰঃ অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচনত (ONGC) এপ্ৰেণ্টিচঃ অসমত ৭১৬ টা পদৰ আবেদন অনলাইন

Share This
অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচনত এপ্ৰেণ্টিচৰ সুবিধা
অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচন (ONGC) আজি ২৯.০৭.২০২০ তাৰিখে জাৰি কৰা জাননী যোগে ভাৰতৰ এপ্ৰেণ্টিচ আইন-১৯৬১ৰ অধীনত দেশৰ বিভিন্ন ঠাইত থকা ২১ টা কৰ্ম-কেন্দ্ৰত এপ্ৰেণ্টিচ হিচাবে এবছৰৰ বাবে কাম কৰিবলৈ আবেদন আহ্বান কৰিছে। মন কৰিব লগীয়া যে সাধাৰণ স্নাতকৰ পৰা ধৰি আই.টি.আই, ডিপ্লমা ইঞ্জিনীয়াৰিঙৰ বিভিন্ন অৰ্হতা থকা সকলে এই সুবিধা লব পাৰিব। মাত্ৰ যি কোনো এটা ৱৰ্ক-চেণ্টাৰৰ অধীনতহে একোজনক আবেদন কৰিবলৈ কোৱা হৈছে। অসমৰ শিৱসাগৰ-নাজিৰাত ৫১১টা, যোৰহাটত ১৫৬টা আৰু শিলচৰত ৪৯টা মিলাই মুঠ ৭১১ টা এপ্ৰেণ্টিচ পদ পূৰণ কৰা হব।

১. যোৰহাটৰ এপ্ৰেণ্টিচ ট্ৰেইনীৰ পদ সমূহ
২. শিলচৰৰ এপ্ৰেণ্টিচ ট্ৰেইনীৰ পদ সমূহ


৩. শিৱসাগৰ-নাজিৰা এপ্ৰেণ্টিচ ট্ৰেইনীৰ পদ সমূহ

আবেদনৰ বাবে Online Portal www.ongcapprentices.ongc.co.in ত অনলাইন প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। এই লিংক আজি 29.07.2020 ১১ বজাৰ পৰা 17.08.2020 সন্ধিয়া ৬ বজালকে খোলা থাকিব। চৰকাৰী নিয়ম মতে সংৰক্ষণৰ অনুপাত প্ৰযোজ্য হব। এই ট্ৰেইনিং এবছৰীয়া হব। মাত্ৰ লাইব্ৰেৰী এচিষ্টেণ্টৰ ট্ৰেইনিং ছমহীয়া হব। নিৰ্বাচন মেৰিটৰ ভিত্তিত হব আৰু একে মেৰিটৰ হ'লে বেছি বয়সৰ জনক আগস্থান দিয়া হব। মাহেকীয়া ষ্টাইপেণ্ড লাভ কৰিব এই ট্ৰেইনী সকলে। 
অৰ্হতাৰ সবিশেষঃ 

আবেদন কৰাৰ বাবে কেইটামান ষ্টেপ আছে, সেয়া হৈছে-
Before applying for above apprentices positions, candidates have to first register themselves in online portals of the following agencies of Govt. of India:
(a) For Trade Apprentices- at https://apprenticeshipindia.org/ (Trades mentioned in Sl. No 1 to 19)
(b) For Technician Apprentices: With the concerned Regional Board of Apprenticeship Training (BOAT) in their portal National Apprenticeship Training Scheme (NATS) under Ministry of Human Resource Development. The link https://portal.mhrdnats.gov.in/boat/commonRedirect/registermenunew!registermenunew.action (Trades mentioned in Sl. No 20 to 25)
II. After successful registration with the above agencies, a registration number will be generated and the candidate has to mention this registration number while applying for apprentices positions in ONGC website www.ongcapprentices.ongc.co.in

কেইটামান গুৰুত্বপূৰ্ণ তাৰিখ মনত ৰাখিবঃ

No comments:

Post a Comment