আজিৰ ভাল খবৰবোৰ
১. কালি ৰাজ্যৰ ষষ্ঠখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ৰূপত তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় ৰাইজৰ সেৱাত উৎসৰ্গা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ ২৫০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আন্তঃ গাঁথনিৰে সমৃদ্ধ এই চিকিৎসালয় প্ৰাংগণতে চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন নিৰ্মাণৰ বাবে ঘোষণা কৰিলে ১কোটি টকাৰ অনুদান।
২. আজিৰে পৰা ডিব্ৰুগড়ৰ চাওলখোৱাত অনুষ্ঠিত হৈছে সদৌ অসম চাহ জনগোষ্ঠী আদিবাসী সাংস্কৃতিক সমাৰোহঃ নৱ-নিৰ্মিত চাহ ও প্ৰাক্তন চাহ জনজাতি সংগ্ৰহালয়ৰ দ্বাৰ আজি মুকলি কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ২ ফেব্ৰুৱাৰীত মুকলি সভাত অসমৰ ৰাজ্যপালে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰাৰ কথা। সিদিনা সন্ধিয়া আয়োজন কৰা হৈছে ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰো।
![]() |
আহিল ৰজা, গ'ল ৰজা, বানত উটে, সদায় প্ৰজা... এই ৰহমৰীয়া বিখ্যাত হৈছিল মনমোহন সিঙৰ পৰিদৰ্শনৰ বাবে। পিছে এতিয়াও খহনীয়াৰ পৰা ৰক্ষা পোৱা নাই অঞ্চলটোৱে। |
৩. কালিৰে পৰা জাগীৰোডত আৰম্ভ হৈছে উত্তৰ-পূৱ ভাৰত তিৱা সাংস্কৃতিক মহোৎসৱঃ চাৰি দিনীয়াকৈ আয়োজিত হোৱা এই মহোৎসৱৰ বাবে সোণাইকুছি পাহাৰৰ ছগ্ৰাচাল হৈ পৰিছে উদুলি-মুদুলি।
৪. ৰাজ-সাহাৰ্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংখ্যা কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন ক্ৰমে বৃদ্ধি কৰিলে ৯টাৰ পৰা ১২টালৈঃ সমাগত নিৰ্বাচনক লক্ষ্য কৰি ৰাহুল গান্ধীৰ আহ্বান মানি চৰকাৰে লোৱা সিদ্ধান্তৰ ফলত দেশৰ বাজেটত অতিৰিক্ত ৫০০০কোটি টকাৰ বোজা পৰিব বুলিও প্ৰকাশ পাইছে তথ্য।
৫. অসমীয়া যুৱক মাজুলীৰ বিপুল ৰেগনে মালায়ালাম ভাষাত সাহিত্য চৰ্চা সুখ্যাতি অৰ্জন কৰাৰ সুখবৰঃ এছিয়াৰ ভিতৰতে আঞ্চলিক ভাষাত সৰ্বাধিক প্ৰচাৰিত মালায়ালাম আলোচনী "মাতৃভূমি"ত প্ৰচ্ছদ নিৱন্ধত যুৱকজনৰ সাহিত্য চৰ্চাৰ বিষয়ে প্ৰশংসা প্ৰকাশ পোৱাৰ সুখবৰ।
৬. ছটা জনগোষ্ঠী নহয়, একেবাৰে ৩৯টা জনগোষ্ঠীৰ নাম জনজাতি কৰণৰ বাবে অসমৰ ৰাজ্য চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। প্ৰকাশ পোৱা তথ্য অনুসৰি মুঠ সাতখন ৰাজ্যৰ পৰা ৫৮টা জনগোষ্ঠীৰ প্ৰস্তাৱ লাভ কৰিছে দেশৰ মহা-পঞ্জীয়কে।
৭. কাইলৈৰ পৰা শিৱসাগৰ দিচাঙমুখ পথৰ কুকুৰপহীয়া গাঁৱত আয়োজিত হৈছে "শিৱসাগৰ ফ্লায়িঙ কাৰ্নিভেল"। অহা ১-২০ ফেব্ৰুৱাৰীলৈ শিৱসাগৰৰ ক্ৰছ কাণ্ট্ৰি ফ্লাইং ক্লাৱে আয়োজন কৰা এই প্ৰদৰ্শনীত দেশৰ ২৫খন ৰাজ্যৰ পৰা অহা ৩০জনৰো অধিক পাইলটে পেৰামটৰ সহ অংশ লব বুলি আয়োজকে জনাইছে। দেশৰ ভিতৰতে বৃহৎ পেৰামটৰ প্ৰদৰ্শনীৰূপে পৰিগণিত হব লগা এই প্ৰদৰ্শনীয়ে দেশৰ পৰ্যটন মানচিত্ৰত এক নতুনত্বৰ সংযোজন কৰিব বুলি আশা প্ৰকাশ কৰিছে।
৮. তিনিদিনীয়াকৈ অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিবেশনৰ আয়োজনঃ আজিৰে পৰা আৰম্ভ হব মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্ৰন্থ উৎসৱ। নেশ্চনেল বুক ট্ৰাষ্টৰ সহযোগত ছয় দিনীয়াকৈ এই গ্ৰন্থ উৎসৱ আয়োজন কৰা হৈছে। খানাপৰাৰ ভেটেনেৰী কলেজ খেলপথাৰত হোৱা এই উৎসৱ উপলক্ষে প্ৰকাশ কৰা হব স্মৰণিকা "কইনাধৰা"।
৯. দেশৰ বাণিজ্য নীতিৰ ফলত বৃ্দ্ধি পাইছে ৰপ্তানিওঃ ২০০৩-০৪ বৰ্ষৰ ৪লাখ কোটিৰ সামগ্ৰী ৰপ্তানিৰ তুলনাত ২০১২-১৩ বৰ্ষত এই সংখ্যা ১৯লাখ কোটি টকালৈ বৃদ্ধি হোৱাৰ সুখবৰে লাভ কৰিছে সংবাদ শিৰোনামা।
১০. ধেমাজিৰ কোলাপথাৰত অনুষ্ঠিত হৈছে মিচিং আগম কৌবাঙ (সাহিত্য সভা)ৰ ২১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনঃ ডিম্বেশ্বৰ দলে ক্ষেত্ৰত চলি থকা এই অধিবেশনখন হব চাৰিদিনীয়া।
১১. হোণ্ডা মটৰ চাইকেল কোম্পানীৰ সৈতে অসম গ্ৰামীণ বেংকে কৰিলে সহযোগিতাৰ চুক্তিঃ এই চুক্তিৰ আধাৰত গ্ৰাহকলৈ হোণ্ডা কোম্পানীৰ দুচকীয়া কিনিবলৈ খুচুৰা বিত্তীয় সহায় আগবঢ়োৱা প্ৰতিশ্ৰুতি দিছে। এই চুক্তিৰ ফলত অসমৰ গ্ৰাম্যাঞ্চলৰ গ্ৰাহক সকল বিশেষ ভাৱে উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে।
১২. বিহালীৰ নৰ-সংহাৰৰ ঘটনাৰ চি.বি.আই তদন্ত বিচাৰিলে মুখ্যমন্ত্ৰীয়েঃ মৃতকৰ পৰিয়াললৈ ৬লাখ টকাকৈ সাহাৰ্য কৰিলে ঘোষণা।
১৩. পেলনীয়া প্লাষ্টিকৰ পৰা উৎপাদন কৰিব পাৰিব ইন্ধনঃ উৰিষ্যাৰ চেণ্টুৰিঅ'ন ইউনিভাৰ্চিটীৰ ৰসায়ন বিজ্ঞানী অচ্যুত পাণ্ডা আৰু এন আই টিৰ কেমিকেল ইঞ্জিনীয়াৰ ৰঘুবংশ কুমাপ সিঙে প্লাষ্টিকৰ পৰা জুলীয়া ইন্ধন প্ৰস্তুতকৰণৰ প্ৰণালী উদ্ভাৱন কৰাৰ দাবীয়ে লাভ কৰিছে সংবাদ শিৰোনামা।
১৪. অহা ২ফেব্ৰুৱাৰীত ৰহাত উন্মোচিত হ'ব সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিঃ ৰহা কমাৰজানৰ প্ৰয়াত মিলেশ্বৰ বৰদলৈৰ পৰিয়াল বৰ্গৰ উদ্যোগত আৰু অনুৰাগী সকলৰ প্ৰচেষ্টাত এই আবক্ষ মূৰ্তি "মহামিলনৰ তীৰ্থ"ত উন্মোচন কৰিব। উপস্থিত থাকিব শিল্পী মনীষা হাজৰিকাও।
১৫. গুৱাহাটীৰ জজখেলপথাৰত শনিবাৰে মিডিয়া টি-২০ ক্ৰিকেটৰ ফাইনেলত মুখামুখি হব অসমীয়া প্ৰতিদিন আৰু নিউজ লাইভৰ দলঃ কালিৰ খেলত আছাম ট্ৰিবিউন দলক পৰাজিত কৰি নিউজ লাইভে ফাইনেলত প্ৰৱেশ কৰিছে।
১৬. দেশত প্ৰায় ৩৫০খন লোকসভাৰ আসনত প্ৰাৰ্থী থিয় কৰাব আম আদমী পাৰ্টিয়ে। প্ৰকাশ পালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
১৭. মাইক্ৰচফট কোম্পানীৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া ৰূপে নিযুক্তি লাভ কৰিব ভাৰতীয় মূলৰ সত্য নাদেলা। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় লোকৰ ই এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে এই সফলতা।
১৮. পুনৰ ৩০শতাংশ ৰেহাই হাৰত টিকটৰ "বিক্ৰীমেলা" আগবঢ়াইছে স্পাইজ জেটেঃ এনে নতুন অফাৰ ইণ্ডিগো বিমান কোম্পানীয়েও আগবঢ়াব বুলি প্ৰকাশ পাইছে খবৰ।
১৯. ভাৰতৰ জলজ সম্পদ আৰু খনিজ পদাৰ্থ চিনাক্ত কৰণৰ বাবে পোন প্ৰথমবাৰৰ বাবে ব্যৱহৃত হব বায়'ৰবট। দেশৰ বিজ্ঞানী সকলে ভাৰত মহাসাগৰত প্ৰথমে ইয়াৰ ব্যৱহাৰ কৰিব বুলি প্ৰকাশ পাইছে বাতৰি।
২০. ইনফ'ছিছৰ অন্যতম প্ৰতিষ্ঠাপক ক্ৰিছ গোপালকৃষ্ণনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সত ব্ৰেইন ৰিচাৰ্ছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ২২৫কোটি টকা দান কৰাৰ সুখৰ খবৰ।
১৬. দেশত প্ৰায় ৩৫০খন লোকসভাৰ আসনত প্ৰাৰ্থী থিয় কৰাব আম আদমী পাৰ্টিয়ে। প্ৰকাশ পালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
১৭. মাইক্ৰচফট কোম্পানীৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া ৰূপে নিযুক্তি লাভ কৰিব ভাৰতীয় মূলৰ সত্য নাদেলা। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় লোকৰ ই এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে এই সফলতা।
১৮. পুনৰ ৩০শতাংশ ৰেহাই হাৰত টিকটৰ "বিক্ৰীমেলা" আগবঢ়াইছে স্পাইজ জেটেঃ এনে নতুন অফাৰ ইণ্ডিগো বিমান কোম্পানীয়েও আগবঢ়াব বুলি প্ৰকাশ পাইছে খবৰ।
১৯. ভাৰতৰ জলজ সম্পদ আৰু খনিজ পদাৰ্থ চিনাক্ত কৰণৰ বাবে পোন প্ৰথমবাৰৰ বাবে ব্যৱহৃত হব বায়'ৰবট। দেশৰ বিজ্ঞানী সকলে ভাৰত মহাসাগৰত প্ৰথমে ইয়াৰ ব্যৱহাৰ কৰিব বুলি প্ৰকাশ পাইছে বাতৰি।
২০. ইনফ'ছিছৰ অন্যতম প্ৰতিষ্ঠাপক ক্ৰিছ গোপালকৃষ্ণনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সত ব্ৰেইন ৰিচাৰ্ছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ২২৫কোটি টকা দান কৰাৰ সুখৰ খবৰ।
I just wanted to reach out and say “thanks” for mentioning YOUR BRAND in your excellent article.
ReplyDeleteUPSC ESE Interview call letter 2016
Hi, thanks for the information provided in the article.
ReplyDeleteLatest Govt Jobs In India
Sarkari Recruitment is one of the biggest Indian Job Site so here you will getJobs in 2017so
ReplyDeletecertainly like what you’re stating and the way in which you say it.
ReplyDeletehiall.in, job6.in
Nice Article. Good to see this. AP Inter 1st Year Results 2017 So
ReplyDeleteGreat to see this article. Very informative TS SSC Result 2017 So
ReplyDeleteAP Exam Results is the best Ap ssc results 2017
ReplyDeleteJobs Chat is one of the biggest Indian Job Site so here you will getGovt jobs in Telanganaso
ReplyDeleteNice...Very Useful...
ReplyDeleteTnpsc VAO Group 1 2 exam Tamilnadu Govt Jobs
Thanks...
Indian Army Recruitment 2017 – 2018
Latest Govt jobs result admit card answerkey Hall ticket
JNVU Result 2018
ReplyDeleteBrij University Result 2018
RRBM University Result 2018
Kota University Result 2018
Uniraj Result 2018
Shekhawati University Result 2018
MLSU Result 2018
MDSU Result 2018
MGSU Result 2018
RTU Result 2018
RSMSSB LDC Admit Card 2018
ReplyDeleteRajasthaninfo
Govt Jobs 2019
RSMSSB LDC Answer key 2018
Part time Jobs Contract jobs Latest Railway Jobs
ReplyDeleteAll Free Upcoming State Govt Jobs Alerts Jobs 2018 General Knowedge and Current Affairs Updates
ReplyDeleteBest State Govt Jobs Site All Latest States Govt jobs 2018
ReplyDeleteBPO and IT Jobs best Indias Job Website Latest ITI jobs and Diploma jobs
ReplyDelete
ReplyDeleteHappy Day
Happy Anniversary Messages
Happy Birthday Messages
Happy Valentines Week 2019
patta chitta
ReplyDeletewww.tndte.gov.in
ReplyDelete