চৰকাৰী চাকৰিঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৮৭ টা অধ্যাপনাৰ পদঃ আবেদন অনলাইন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী চাকৰিঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৮৭ টা অধ্যাপনাৰ পদঃ আবেদন অনলাইন

চৰকাৰী চাকৰিঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৮৭ টা অধ্যাপনাৰ পদঃ আবেদন অনলাইন

Share This
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৮৭ টা অধ্যাপনাৰ পদ
কেন্দ্ৰীয় বিশ্ববিদ্যালয় উড়িষ্যাই মুঠ ৮৭টা ফেকাল্টি পজিচনৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। এই আবেদনৰ শেষ তাৰিখ অহা ৩১ জুলাই ২০২০।
কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানখনত  অৰ্হতা সম্পন্ন সকলে তলৰ পদ সমূহৰ বাবে আবেদন কৰিব পাৰিবঃ
১. প্ৰফেচৰঃ ১৫ টা পদ।
২. এচোচিয়েট প্ৰফেচৰঃ ২৮ পদ।

৩. এচিষ্টেণ্ট প্ৰফেচৰঃ ৪৪ টা পদ। 

প্ৰয়োজনীয় অৰ্হতাঃ
১. প্ৰফেচৰঃ উচ্চ শৈক্ষিক কেৰিয়াৰৰ সৈতে পি.এইচ.ডি আৰু শৈক্ষিক ক্ষেত্ৰ, গৱেষণা আদিলৈ প্ৰভূত অৰিহণা যোগোৱাৰ প্ৰমাণ সহ আবেদন কৰিব পাৰিব। কমেও দহ বছৰৰ কৰ্ম অভিজ্ঞতা।

২. এচোচিয়েট প্ৰফেচৰঃ পিএইচডি, পিজিত ৫৫ শতাংশৰ বেছি মাকৰ্চ। কমেও আঠ বছৰৰ কৰ্ম অভিজ্ঞতা। কমেও সাতখন পিয়েৰ ৰিভিউড ইউজিচি লিষ্টেট জাৰ্নালত প্ৰকাশ। টোটেল ৰিচাৰ্ছ স্কৰ ৭৫ হোৱাৰ আৱশ্যক।  আৰু সবিশেষ মূল বিজ্ঞাপনত পাব।

৩. এচিষ্টেণ্ট প্ৰফেচৰঃ ৫৫ শতাংশতকৈ অধিক নম্বৰ সহ স্নাতকোত্তৰ। সৱিশেষ অৰ্হতাৰ প্ৰয়োজনীয়তা মূল বিজ্ঞাপনত পাব। 

বিজ্ঞাপন আৰু সৱিশেষৰ বাবে তল লিংক বা ফটোত ক্লিক কৰকঃ 


No comments:

Post a Comment