মন জিতৰ কলমত
:: আকৌ বাঁকৰ বচন ::
১)
দেইপুৰি নিয়া টিকাফটা ৰ'দটো নোলোৱালৈকে বুজা নাজায় 'ছাঁ'ৰ মহত্ব কিমান
আৰু
পাকঘৰত পিয়াজ কাটি চকুপানী নোলোৱালৈকে বুজা নাজায় 'মা' ৰ মহত্ব কিমান...
২)
নিমখ বেছি হোৱা চিকেন বা মটন পোলাও
আৰু
ছোৱালী কিছুমানে বেছি বেছি দেখাই খোৱা ভাও....দুয়োটাৰে প্রকৃত স্থান চুৱাপিতনি ...
চঞ্চল ৰুপহী ছোৱালী
আৰু
ৰাস্তাত ছাগলী পোৱালী
দুয়োটাই কেতিয়া ইউ টার্ণ লয় কোনো গেৰান্টি নাই
৩) খানা বনাবলে এখন ভাল হেতাৰ
আৰু
দেশ চলাবলে এজন ভাল নেতাৰ প্রয়োজনীয়তা অপৰিসীম ।।৪) জোৰেৰে ধৰি ৰখা প্রেস্রাব
আৰু
দিম দিম কৈ ভাবি থকা প্রস্তাব
সময় মতে এৰি দিব লাগে নহ'লে অসুবিধাত পৰাৰ যঠেষ্ট সম্ভাৱনা থাকে
৫)
সান্দহৰ জলপান
আৰু
ডাঙৰক সন্মান...... প্রায় নোহোৱাই হোৱা দি হৈ গ'ল হে
৬)
এটি সুভ দিনৰ বাবে মন আৰু পেট খোলোছা থকাও খুবেই জৰুৰী
৭)
আজি কালি প্রায় সকলোৱেই টকা খাই পিছে কেৰাণী পিয়নৰ হে নাম যায়৮)
দেশত দুর্নীতি
আৰু
জিভাত ইংৰাজী
কেতিয়া এঠা লগা দি লাগিল ততকেই ধৰিব নোৱাৰিলো...
এতিয়া কেউদিশে দুয়োৰে জয় জয়কাৰ
৯)
প্রেম প্রতিভা আৰু পাইখানাক কোনেও বেছি দেৰি দবাই ৰাখিব নোৱাৰে ।
১০)
নাৰীয়েই হওক বা গাড়ীয়েই হওক মেন্টেনেন্সৰ নামতেই তলি উদং হৈ যায় হে সদায়
১১)
শীত মাথো এটি ঋতু নহয়, গা-ধোৱা চবোনৰ ই দীর্ঘ ম্যাদী আয়ুস ৰেখা ।
১২)
কাম ক্রোধ লোভ মোহ আৰু ফেছবুকৰ ওপৰত নিয়ন্ত্রন থকাজনহে আচল মানুহ৷

2, 9 & 10 r awesome...
ReplyDelete12 awesome
ReplyDelete