নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে সবিশেষ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে সবিশেষ

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে সবিশেষ

Share This
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সকলো দিশ পৰীক্ষা কৰাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটিয়ে যোৱা সাত জানুৱাৰীত লোকসভাত দাখিল কৰা প্ৰতিবেদনখনৰ লিংকটো তলত দিলো৷ উল্লেখ্য যে এই বিধেয়কখনৰ সপক্ষে-বিপক্ষে যুটীয়া সংসদীয় কমিটিৰ আগত সাক্ষ্য প্ৰদান কৰা তথা কমিটিলৈ নিজৰ মতামত প্ৰেৰণ কৰা সকলৰ নামসমূহো অন্তৰ্ভুক্ত হোৱা বুলি এই প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে৷
★১★ যুটীয়া সংসদীয় কমিটিৰ প্ৰতিবেদনখন

★২★ যুটীয়া সংসদীয় কমিটিখনৰ কাৰ্যবিৱৰণীকে ধৰি অন্যান্য তথ্যসমূহ -
★৩★ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ২০১৬ চনৰ পোন্ধৰ জুলাইত লোকসভাত দাখিল কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন৷

পোষ্ট সৌজন্যঃ জ্যোতিৰূপম দত্ত

No comments:

Post a Comment