নৱবৰ্ষৰ শুভেচ্ছা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ শুভেচ্ছা

নৱবৰ্ষৰ শুভেচ্ছা

Share This
অসমীয়া সুখ-দুখৰ সকলো পাঠক-পাঠিকা, শুভাকাংখী-পৰিয়াল তথা সুহৃদয় ৰাইজলৈ ইংৰাজী নৱবৰ্ষ ২০১৯ৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো অনাগত বছৰটোত অধিক ভাল খবৰে সমাজখনক এখন উন্নতৰ সমাজ কৰি তোলাৰ মানৱীয় আকাংক্ষাক আৰু এক ঢাপ আগুৱাই নিব। অসমীয়া জাতিটোৰ সামুহিক কল্যাণৰ বাবে সকলোৱে নিজৰ নিজৰ প্ৰাথমিক কৰ্তব্য  নিষ্ঠাৰে পালন কৰিব আৰু সামাজিক দায়িত্বৰ প্ৰতিও সচেষ্ট হব বুলি আশা কৰিছো।


No comments:

Post a Comment