যি কথা নহয় সঁচাঃ ফেচবুকৰ খাটি-অসমীয়া পৃষ্ঠাৰ সৌজন্যত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচাঃ ফেচবুকৰ খাটি-অসমীয়া পৃষ্ঠাৰ সৌজন্যত

যি কথা নহয় সঁচাঃ ফেচবুকৰ খাটি-অসমীয়া পৃষ্ঠাৰ সৌজন্যত

Share This

সুখ দুখৰ সংযোজনঃযি কথা নহয় সঁচাঃ (অসমীয়াৰ সুখ দুখ ও খাটি অসমীয়া পৃষ্ঠাৰ সৌজন্যত)

"ৰসাল বিকাশ আঁচনি" ৰ অধীনত পোক-পতংগ উদ্যান আৰু ঘন-চিৰিকা ধাবাৰ বাবে ৮০% চাবডিচিত লোন বিতৰণ কৰিবলৈ লোৱাৰ ভাল খবৰ৷

নিজৰ "হাত"ৰ ওপৰত ভৰসা কৰা সকলে হাত-পাৰ্টিত যোগদান কৰি এই সুবিধা লব পাৰে৷

খাটি-অসমীয়া সকলৰ বাবে ইয়াৰে ৩৩% সংৰক্ষণ থাকিব৷ বাকী বিদেশী বিনিয়োগকাৰী, বিদেশী পৰ্যটক, ন-অসমীয়া সকলৰ বাবে ৩৩% আৰু মহিলা সকলৰ বাবে ৩৩% ৰখা হৈছে৷ বাকী এক শতাংশ লোন লটাৰী যোগে ভাগ্যৱানলৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে ৷

সকলোৱে কীট-পতংগৰে অসমীয়াক পুষ্টি প্ৰদানৰ এই মহৎ আঁচনিত হাত উজান দিও আহক ৷

No comments:

Post a Comment