Wednesday, January 1, 2014

শুভেচ্ছা বাণী

অসমীয়া সুখ দুখৰ সকলো পাঠক-পাঠিকা, শুভাকাংখী তথা সুহৃদয় ৰাইজলৈ ইংৰাজী নৱবৰ্ষ ২০১৪ৰ শুভেচ্ছা জ্ঞাপন কৰিছো।


আশা কৰিছো অনাগত বছৰটোত অধিক ভাল খবৰে সমাজখনক এখন উন্নতৰ সমাজ কৰি তোলাৰ মানৱীয় আকাংক্ষাক আৰু এক ঢাপ আগুৱাই নিব ।



No comments:

Post a Comment