চৰকাৰী চাকৰিঃ অসম চৰকাৰৰ পাব্লিক হেলথ ডিপাৰ্টমেণ্টত ১১১ টা পদঃ বিনামূলীয়াকৈ অনলাইন আবেদনৰ সুবিধা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী চাকৰিঃ অসম চৰকাৰৰ পাব্লিক হেলথ ডিপাৰ্টমেণ্টত ১১১ টা পদঃ বিনামূলীয়াকৈ অনলাইন আবেদনৰ সুবিধা

চৰকাৰী চাকৰিঃ অসম চৰকাৰৰ পাব্লিক হেলথ ডিপাৰ্টমেণ্টত ১১১ টা পদঃ বিনামূলীয়াকৈ অনলাইন আবেদনৰ সুবিধা

Share This

পাব্লিক হেলথ ডিপাৰ্টমেণ্টত ১১১ টা পদঃ বিনামূলীয়াকৈ অনলাইন আবেদন

অসম চৰকাৰৰ পাব্লিক হেলথ ডিপাৰ্টমেণ্ট (Public Health Engineering Department) ত চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা হল্ডাৰৰ বাবে ১১১ টা পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিযুক্তি প্ৰক্ৰিয়াৰ স্থানঃ গুৱাহাটী। 

দৰমহাৰ নিৰিখঃ ১৪০০০ৰ পৰা ৬০৫০০ টকা পৰ্যন্ত। বয়সৰ উৰ্ধ-সীমাঃ ৩৮ বছৰ। অনলাইন আবেদনৰ শেষ তাৰিখ ০৭ আগষ্ট ২০২১. অনলাইন আবেদনৰ বাবে কোনো মাচুল নালাগে।


আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব। অসম চৰকাৰৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীকৃত হব লাগিব। সম্পূৰ্ণ মেধাৰ ভিত্তিত হব লগা বাচনিত মেট্ৰিকৰ নম্বৰৰ পৰা বিশ শতাংশ আৰু ডিপ্লমাৰ নম্বৰৰ পৰা ৮০ শতাংশ নম্বৰ যোগ কৰি মেধা নিৰ্ধাৰণ কৰা হব।


অৰ্হতাঃ চিভিল ইঞ্জিনিয়াৰিঙৰ তিনি বছৰৰ ডিপ্লমা, এআইচিটিই (AICTE) ৰ Recognition সহ।


মূল চৰকাৰী বিজ্ঞাপনটো পাবলৈ ক্লিক কৰক এই লিংকঃ

https://jjmassam.in/assets/kcfinder/upload/files/advt_je_3f.pdf

বিনামূলীয়াকৈ অনলাইন আবেদনৰ বাবে ক্লিক কৰক এই লিংকঃ

https://cetcell.net/PHED/

অন্যান্য চৰকাৰী চাকৰিৰ খবৰৰ বাবে ক্লিক কৰক তলৰ লিংকঃ
https://www.xukhdukh.com/search/label/GOVTJOB

No comments:

Post a Comment