সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
বাঁহ বেতৰ উদ্যোগৰ প্ৰচুৰ সম্ভাৱনীয়তা

ড° বুলজিৎ বুঢ়াগোহাঁই


মাননীয় সম্পাদক মহোদয়,

শিক্ষিত নিবনুৱাসকলে ‘বাঁহ-বেত’ৰ উদ্যোগ গঢ়ি তুলা কথা ভাবি চাব পাৰে । বাঁহ-বেতৰ পৰা প্রস্তুত কৰা সামগ্রীসমূহ হ’ল - চকী, টেবুল, মুঢ়া, চ’ফা-চেট, বিছনা, ডিভান, আলনা, আলমাৰি, টি.ভি. ষ্টেণ্ড, ফ্লাৱাৰ-ষ্টেণ্ড, মেগাজিন-ষ্টেণ্ড আদি।

তাৰোপৰি টাব-ষ্টেণ্ড,জাবৰ পেলোৱা বাস্কেট,ৰূম ডিভাইডাৰ, ৰূম পাৰ্টিচন, বেতৰ বাকচ,জুলনা,টেবুল-লেম্প, পেনষ্টেন, ফুলদানী, শৰাই, ফুলাম জাপি,ঘৰৰ নমুনা, চৰাই-জন্তুৰ আদিৰ নমুনা,বাঁহৰ মুঢ়াৰে তৈয়াৰী মানুহৰ মুখা,বিভিন্ন ধৰণৰ প্রতিমূৰ্তি, ৱাল হেঙিং, ধূপদানী, টুকুৰী, খৰাহী , পাচি , ডলা, খাং, জাকৈ, চেপা, তাঁতশালৰ বাবে লগা উঘা, চেৰেকী, ডাঙমাৰি আদি । 

বাঁহ-বেতৰ সামগ্রীবোৰ আধুনিক প্রযুক্তি সহায়ত প্রস্তুত কৰা বাবে প্রশিক্ষণ ল’ব বাবে গুৱাহাটীৰ জু-নাৰেঙ্গী ৰোডত অৱস্থিত “বাঁহ আৰু বেত প্রযুক্তি কেন্দ্র http://www.bambootech.org/ ৰ লগত আগ্রহীসকলে যোগা-যোগ কৰিব পাৰে।

No comments:

Post a Comment