দুটা অনুভৱ
-দেৱাঙ্গ পল্লৱ শইকীয়া
একঃনাকেৰে মাত উলিয়াই ভুল ভুল শব্দেৰে ৰাজহুৱাকে তেখেতৰ গান গোৱা বন্ধ নোহোৱালৈকে ভূপেন হাজৰিকাৰ আত্মাই শান্তি নাপাব ।
দুইঃ
"মানুহে মানুহৰ বাবে" আৰু "মহাবাহু বহ্মপুত্র" অন্ততঃ এই দুটা গানো যদি আধাসংখ্যকে হলেও হৃদয়ংগম কৰিব পাৰে, তেখেত এনেই জীয়াই থাকিব, সমাধিক্ষেত্র নালাগে ।
আৰু
"নিষ্ঠুৰ জীৱনৰ সংগ্রামত বিছাৰোঁ মৰমৰ মাত এষাৰ"
এইবোৰ আচলতে গান নহয়, আত্মাক প্রশান্তি দিয়া একো একোটা দৈৱ-মন্ত্র ।
No comments:
Post a Comment