আজিৰ অনুভৱঃ সুধাকণ্ঠৰ দ্বিতীয় মৃত্যু-বাৰ্ষিকীত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱঃ সুধাকণ্ঠৰ দ্বিতীয় মৃত্যু-বাৰ্ষিকীত

আজিৰ অনুভৱঃ সুধাকণ্ঠৰ দ্বিতীয় মৃত্যু-বাৰ্ষিকীত

Share This
দুটা অনুভৱ 
-দেৱাঙ্গ পল্লৱ শইকীয়া
একঃ
নাকেৰে মাত উলিয়াই ভুল ভুল শব্দেৰে ৰাজহুৱাকে তেখেতৰ গান গোৱা বন্ধ নোহোৱালৈকে ভূপেন হাজৰিকাৰ আত্মাই শান্তি নাপাব ।
দুইঃ
"মানুহে মানুহৰ বাবে" আৰু "মহাবাহু বহ্মপুত্র" অন্ততঃ এই দুটা গানো যদি আধাসংখ্যকে হলেও হৃদয়ংগম কৰিব পাৰে, তেখেত এনেই জীয়াই থাকিব, সমাধিক্ষেত্র নালাগে ।

আৰু

"নিষ্ঠুৰ জীৱনৰ সংগ্রামত বিছাৰোঁ মৰমৰ মাত এষাৰ"
এইবোৰ আচলতে গান নহয়, আত্মাক প্রশান্তি দিয়া একো একোটা দৈৱ-মন্ত্র ।

No comments:

Post a Comment