চাকৰিঃ টেট পৰীক্ষাৰ পুনৰীক্ষণ নম্বৰৰ ভিত্তিত ৯৫৩৪ টা পদত শিক্ষক নিযুক্তিঃ অনলাইনআবেদন ১৫ ফেব্ৰুৱাৰীলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিঃ টেট পৰীক্ষাৰ পুনৰীক্ষণ নম্বৰৰ ভিত্তিত ৯৫৩৪ টা পদত শিক্ষক নিযুক্তিঃ অনলাইনআবেদন ১৫ ফেব্ৰুৱাৰীলৈ

চাকৰিঃ টেট পৰীক্ষাৰ পুনৰীক্ষণ নম্বৰৰ ভিত্তিত ৯৫৩৪ টা পদত শিক্ষক নিযুক্তিঃ অনলাইনআবেদন ১৫ ফেব্ৰুৱাৰীলৈ

Share This

 টেট পৰীক্ষাৰ পুনৰীক্ষণ নম্বৰৰ ভিত্তিত শিক্ষক নিযুক্তিঃ অনলাইনআবেদন ১৫ ফেব্ৰুৱাৰীলৈ

অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ে পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াৰ ঠাইত পুনৰ ঘোষণা কৰা টেট-২০২১ৰ নম্বৰৰ ভিত্তিত শিক্ষকৰ পদৰ বাবে আবেদন আহ্বান কৰিছে। পদৰ সংখ্যাঃ ৯৫৩৪

নতুন জাননীখন হৈছে- 

প্ৰকাশৰ লিংকঃ 

https://dee.assam.gov.in/sites/default/files/swf_utility_folder/departments/dee_medhassu_in_oid_4/menu/document/notice_revision_dtd_29_01_2022.pdf

পদৰ নামঃ সহকাৰী শিক্ষক
দৰমহাৰ নিৰিখঃ প্ৰতি মাহে ১৪,০০০ - ৬০,৫০০/- টকা
অনলাইন আবেদন মুকলি কৰা হৈছে। শেষ তাৰিখঃ ১৫ ফেব্ৰুৱাৰী ২০২২
পূৰ্বৰ সবিশেষ থকা বিজ্ঞাপনৰ লিংকঃ 

No comments:

Post a Comment