চৰকাৰী চাকৰিঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত স্নাতকৰ বাবে ৯৫০টা সহকাৰীৰ পদঃ অনলাইন আবেদন ৮ মাৰ্চলৈকে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী চাকৰিঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত স্নাতকৰ বাবে ৯৫০টা সহকাৰীৰ পদঃ অনলাইন আবেদন ৮ মাৰ্চলৈকে

চৰকাৰী চাকৰিঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত স্নাতকৰ বাবে ৯৫০টা সহকাৰীৰ পদঃ অনলাইন আবেদন ৮ মাৰ্চলৈকে

Share This

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত স্নাতকৰ বাবে ৯৫০টা সহকাৰীৰ পদঃ অনলাইন আবেদন ৮ মাৰ্চলৈকে

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সহকাৰী পদত মুঠ ৯৫০টা পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আগ্ৰহী স্নাতক সকলে নিজা নিজা শৈক্ষিক তথ্য সহ অনলাইন আবেদন কৰিব পাৰিব। এই আবেদনৰ শেষ তাৰিখ হৈছে অহা ৮মাৰ্চ ২০২২। সমগ্ৰ ভাৰততে এই পৰীক্ষা পতা হব। অসমত

কেটেগৰীৰ হিচাবত পদৰ পৰিমানঃ 

• SC..................151

• ST...................123

• OBC...............146

• EWS...............90

• UR..................440

অসমত মুকলি থকা পদৰ সংখ্যাঃ  32 (at Guwahati)

পে-স্কেল: ₹ 13150 – 750(3) – 15400 – 900(4) – 19000 – 1200(6) – 26200 – 1300(2) – 28800 –1480(3) – 33240 – 1750(1) – 34990 (20 years)

বয়সঃ ২০ৰ পৰা ২৮ বছৰ।

শৈক্ষিক অৰ্হতাঃ স্নাতকত পঞ্চাশ শতাংশ নম্বৰ। SC/ST/PWDৰ বাবে সাধাৰণ পাছ মাৰ্ক হলেই হব। কম্পিউটাৰত ৱৰ্ড প্ৰচেচিঙৰ অভিজ্ঞতা থকাৰ দৰকাৰ।

আবেদনৰ মাচুলঃ 

SC/ ST/ PWD/ EXS: Rs 50/-

• UR/ EWS/ OBC: Rs 450/-

পৰীক্ষা প্ৰিলিমছ আৰু মেইনচ দুটা স্তৰত অনুষ্ঠিত হব।

দৰকাৰী তাৰিখঃ

Website Link Open 17.02.2022 to 08.03.2022

Payment of Examination Fees (Online) 17.02.2022 to 08.03.2022

Schedule of Online Preliminary Test (Tentative) March 26 & 27, 2022*

Schedule of Online Main Test (Tentative) May 2022*

*RBI reserves the right to change the dates of the examination.


মূল বিজ্ঞাপনৰ লিংকঃ

https://opportunities.rbi.org.in/Scripts/bs_viewcontent.aspx?Id=4085

Pre-examination Training for SC/ST/OBC/PwBD candidates ৰো ব্যৱস্থা আছে।

তাৰ বাবে ফৰ্ম ফিলাপৰ লিংকঃ

https://rbidocs.rbi.org.in/rdocs/content/pdfs/PreexaminationTraining17022022.pdf

অনলাইন আবেদনৰ লিংকঃ

https://ibpsonline.ibps.in/rbiafeb22/


এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়িব লগা দুখন কিতাপৰ তালিকা আৰু লিংক তলত দিয়া হৈছে। আগ্ৰহী সকলে আমাজনৰ লিংকত ক্লিক কৰি ৰেহাই মূল্যত কিনিবও পাৰিব।

১. RBI Assistant Prelims Exam 2022 | 1300+ Solved Objective Questions

২. RBI Assistant 5 Year-wise Preliminary & Main Exams Solved Papers (2012-20)

No comments:

Post a Comment