চাকৰিঃ গুৱাহাটীৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত অধ্যাপক, লাইব্ৰেৰীয়ানৰ পদ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিঃ গুৱাহাটীৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত অধ্যাপক, লাইব্ৰেৰীয়ানৰ পদ

চাকৰিঃ গুৱাহাটীৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত অধ্যাপক, লাইব্ৰেৰীয়ানৰ পদ

Share This

গুৱাহাটীৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত অধ্যাপক, লাইব্ৰেৰীয়ানৰ পদ

OMEO KUMAR DAS INSTITUTE OF SOCIAL CHANGE AND DEVELOPMENT (OKDISCD)

অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান OMEO KUMAR DAS INSTITUTE OF SOCIAL CHANGE AND DEVELOPMENT (OKDISCD) গুৱাহাটীঃ অমিয়কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত প্ৰতিষ্ঠান। 

OMEO KUMAR DAS INSTITUTE OF SOCIAL CHANGE AND DEVELOPMENT (OKDISCD)

ই অসম আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ সামাজিক পৰিৱৰ্তন আৰু বিকাশৰ সমস্যা আৰু প্ৰক্ৰিয়াৰ ওপৰত গৱেষণাৰ প্ৰচাৰ আৰু সমন্বয় কৰে। এই সংস্থাত নিম্নোক্ত পদ সমূহৰ বাবে আবেদন বিচৰা হৈছে-

১. এচোচিয়েট প্ৰফেচৰ (জেনেৰেল): পদ-১টা অৰ্থনীতি/ৰাজনৈতিক বিজ্ঞান/সমাজ বিজ্ঞান/জিঅ'গ্ৰাফি

২. এচিচটেণ্ট প্ৰফেচৰঃ পদ-১ টা, ইকনমিক্স

৩. এচিচটেণ্ট প্ৰফেচৰঃ পদ-১ টা, চ'চিঅলজি

আবেদনৰ শেষ তাৰিখঃ ৪ মাৰ্চ ২০২২. 

মূল বিজ্ঞাপনটো পাবলৈ ক্লিক কৰকঃ
http://www.okd.in/downloads/ADVERTISEMENT%20ACADEMIC%20POSTS.pdf

আবেদন আৰু যাবতীয় কাগজ-পত্ৰ পঠোৱাৰ ঠিকনাঃ Omeo Kumar Das Institute of Social Change & Development (OKDISCD), VIP Road, Upper Hengrabari, Guwahati-781036, Website: www.okd.in , Email: dkdscd@yahoo.co.in

সহকাৰী লাইব্ৰেৰীয়ানৰ পদৰ বাবেও আবেদন আহ্বান কৰিছে সংস্থাটোৱে। মূল  বিজ্ঞাপনটো পাবলৈ ক্লিক কৰকঃ
http://www.okd.in/downloads/Adv_AsstLibrarian.pdf

No comments:

Post a Comment