দ্বাদশ উত্তীৰ্ণৰ বাবে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফৰ্চত ১১৪৯ পদঃ অনলাইন আবেদন
ভাৰত চৰকাৰৰ সংস্থা Central Industrial Security Force (CISF) বা চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফৰ্চত ১১৪৯ টা কনিষ্টবল (ফায়াৰ) পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আগ্ৰহী প্ৰাৰ্থীয়ে অনলাইন আবেদন CISF official website (www.cisf.gov.in) যোগে কৰিব পাৰিব।
সংস্থাৰ নাম | Central Industrial Security Force (CISF) |
আবেদন কৰাৰ উপায় | Online |
শেষ তাৰিখ | 4 Mar 2022 |
পদৰ নাম : Constable (Fire)
পদৰ সংখ্যা: 1149
সংৰক্ষিত আসনৰ সংখ্যাঃ
• UR: 489
• EWS: 113
• SC: 161
• ST: 137
• OBC: 249
অসমত মুকলি হোৱা পদৰ সংখ্যা: 103
দৰমহাৰ নিৰিখ: Level-3 (Rs.21,700-69,100)
অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ উত্তীৰ্ণ। বয়সঃ ২৩ বছৰ।
চৰকাৰী নিয়মমতে বয়সৰ সীমাৰ ক্ষেত্ৰত শিঠিলতাও আছে।
মূল বিজ্ঞাপনটো পাবলৈ তলৰ ফটোত ক্লিক কৰক
অনলাইন আবেদন ৰেজিষ্ট্ৰেচনৰ লিংকঃ
অফিচিয়েল ৱেব চাইট
আনবোৰ চৰকাৰী চাকৰিৰ খবৰ একেলগে পাবলৈ ক্লিক কৰক তলৰ লিংকঃ
No comments:
Post a Comment