চাকৰিঃ অইলৰ ৫০টা পদৰ বাবে অনলাইন আবেদনঃ শেষ তাৰিখ ১৫ মাৰ্চ ২০২২ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিঃ অইলৰ ৫০টা পদৰ বাবে অনলাইন আবেদনঃ শেষ তাৰিখ ১৫ মাৰ্চ ২০২২

চাকৰিঃ অইলৰ ৫০টা পদৰ বাবে অনলাইন আবেদনঃ শেষ তাৰিখ ১৫ মাৰ্চ ২০২২

Share This

অইলৰ ৫০টা পদৰ বাবে অনলাইন আবেদনঃ শেষ তাৰিখ ১৫ মাৰ্চ ২০২২ 

অইল ইণ্ডিয়া লিমিটেড হৈছে ভাৰতৰ খাৰুৱা তেল আৰু গেচ অন্বেষণ তথা উতপাদন কৰা ৰাজহুৱা খণ্ডৰ কোম্পানী। দুলীয়াজানত পঞ্জীকৃত মুখ্য-কাৰ্যালয় থকা কোম্পানীটোৱে নতুনকৈ মুঠ ৫০টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। অইলত গ্ৰেড-চি আৰু গ্ৰেড-বিৰ বিষয়াৰ নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন ব্যক্তিৰ পৰা আবেদন বিচৰা হৈছে। অনলাইন আবেদন কৰাৰ শেষ তাৰিখ ১৫.০৩.২০২২

অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনটো হৈছে-

মূল বিজ্ঞাপনটোৰ সবিশেষ পিডিএফ ৰূপত তলত পঢ়িব পাৰিবঃ

মূল বিজ্ঞাপনটো ডাউনলোড কোম্পানীৰ অফিচিয়েল ৱেবচাইটৰ পৰা কৰিব পাৰিব। 
অনলাইন আবেদনৰ বাবে ৰেজিষ্ট্ৰেচন লিংকঃ

No comments:

Post a Comment