চাকৰিৰ খবৰঃ ভাৰতীয় ষ্টেট বেংকত স্নাতকৰ বাবে ৫২৩৭ টা পদৰ অনলাইন আবেদনঃ শেষ তাৰিখ ২০ মে ২০২১ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ ভাৰতীয় ষ্টেট বেংকত স্নাতকৰ বাবে ৫২৩৭ টা পদৰ অনলাইন আবেদনঃ শেষ তাৰিখ ২০ মে ২০২১

চাকৰিৰ খবৰঃ ভাৰতীয় ষ্টেট বেংকত স্নাতকৰ বাবে ৫২৩৭ টা পদৰ অনলাইন আবেদনঃ শেষ তাৰিখ ২০ মে ২০২১

Share This

চাকৰি,GOVTJOB,JOBALERT, SBI JUNIOR ASSOCIATE (CUSTOMER SUPPORT & SALES)ভাৰতীয় ষ্টেট বেংকত জুনিয়ৰ এচোচিয়েটৰ নিযুক্তি প্ৰক্ৰিয়া

ভাৰতীয় ষ্টেট বেংকত বিজ্ঞাপন নং (Advertisement No. CRPD/CR/2021-22/09) মৰ্মে  স্নাতকৰ SBI JUNIOR ASSOCIATE (CUSTOMER SUPPORT & SALES)ৰ বাবে মুঠ ৫২৩৭ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। উত্তৰ-পূৱ ভাৰতৰ বাবে পদ আছে ২৭৫টা। দৰমহাৰ নিৰিখঃ বেচিক পে ১৯,৯০০ টকাৰ পৰা।

চাকৰি,GOVTJOB,JOBALERT, SBI JUNIOR ASSOCIATE (CUSTOMER SUPPORT & SALES)

বয়সঃ ২০ ৰ পৰা ২৮ বছৰৰ হব লাগিব। চৰকাৰী নিয়ম অনুসৰি উচ্চ সীমাৰ ক্ষেত্ৰত ৰেহাইৰ  ব্যৱস্থাও আছে।

অৰ্হতাঃ স্নাতক।

ইয়াৰ বাবে পৰীক্ষা দুটা স্তৰত হব।
Phase-1: Preliminary Exam
Phase-2: Main Exam.

আবেদনৰ ফীজঃ 1. SC/ST/PWD ৰ বাবে মাচুল নালাগে। বাকী সকলৰ বাবে ৭৫০ টকাকৈ।

আবেদনৰ বৰ্ধিত শেষ তাৰিখঃ ২০ মে' ২০২১

মূল বিজ্ঞাপনৰ পিডিএফ পাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

https://www.sbi.co.in/documents/77530/11154687/060421-Detailed_Advertisement_JA_2021.pdf/df0c82ff-afdd-0ab5-af90-027b7fb90818?t=1619441279335

No comments:

Post a Comment