চাকৰিৰ খবৰঃ ৰাষ্ট্ৰীয় তাপ বিদ্য়ুত নিগমত ২৮০ গৰাকী ইঞ্জিনীয়াৰৰ চাকৰিঃ আবেদন ২১মে-২০জুন ২০২১ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ ৰাষ্ট্ৰীয় তাপ বিদ্য়ুত নিগমত ২৮০ গৰাকী ইঞ্জিনীয়াৰৰ চাকৰিঃ আবেদন ২১মে-২০জুন ২০২১

চাকৰিৰ খবৰঃ ৰাষ্ট্ৰীয় তাপ বিদ্য়ুত নিগমত ২৮০ গৰাকী ইঞ্জিনীয়াৰৰ চাকৰিঃ আবেদন ২১মে-২০জুন ২০২১

Share This

চাকৰি,GOVTJOB,JOBALERT, NTPC JOBS 2021, xukhdukh.com
ৰাষ্ট্ৰীয় তাপ বিদ্য়ুত নিগমত ২৮০ গৰাকী ইঞ্জিনীয়াৰৰ চাকৰি
ৰাষ্ট্ৰীয় তাপ বিদ্য়ুত নিগম (NTPC Limited) ভাৰত চৰকাৰৰ এটি ৰাজহুৱা খণ্ডৰ কোম্পানী। ভাৰতত তাপ বিদ্যুত উতপাদনৰ ক্ষেত্ৰৰ আগৰণুৱা কোম্পানীটোৱে মুঠ ২৮০ টা ইঞ্জিনীয়াৰিং এক্সিকিউটিভ ট্ৰেইনীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।  দৰমহাঃ চল্লিশ হাজাৰৰ পৰা ১,৪০,০০০ টকা প্ৰতি মাহে।

চাকৰি,GOVTJOB,JOBALERT, NTPC JOBS 2021, xukhdukh.com
অৰ্হতাঃ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
বয়সৰ উচ্চ-সীমাঃ ২৭ বছৰ।
আবেদন মাচুলঃ কোনো মাচুল নাই।

চিলেকচন GATE-2021 ৰ নম্বৰৰ ভিত্তিত কৰা হব।

এই আবেদন NTPC ৰ অফিচিয়েল ৱেবচাইটত অনলাইন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ২১ মেৰ পৰা ২০জুন ২০২১ পৰ্যন্ত চলিব।

মূল বিজ্ঞাপনটো পাবৰ বাবে ক্লিক কৰকঃ মূল বিজ্ঞাপনৰ লিংক

অনলাইন আবেদনৰ লিংকঃ ক্লিক কৰি আবেদন কৰক

অসমীয়াৰ সুখ-দুখত প্ৰকাশ পোৱা প্ৰতিযোগিতা কৰি পাব পৰা চাকৰিৰ খবৰবোৰৰ একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/JOBALERT

No comments:

Post a Comment