সম্পাদকীয় কলমত
বিশ্বৰ মেহনতী, শ্ৰমজীৱি মানুহৰ সংগ্ৰামী জীৱনৰ এক উৎসৱ যেন মে দিৱস ৷ এই দিনটোতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷ শোষণ বঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰমজীৱি ৰাইজক সংগঠিত কৰাৰ পথত এই মে দিৱসে বছৰে বছৰে কঢ়িয়াই আনে আশাৰ বাণী ৷
শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য
বিশ্বৰ মেহনতী, শ্ৰমজীৱি মানুহৰ সংগ্ৰামী জীৱনৰ এক উৎসৱ যেন মে দিৱস ৷ এই দিনটোতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷ শোষণ বঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰমজীৱি ৰাইজক সংগঠিত কৰাৰ পথত এই মে দিৱসে বছৰে বছৰে কঢ়িয়াই আনে আশাৰ বাণী ৷
সোঁতৰ বিপৰীতে নিৰ্বাচিত লেখাঃ
No comments:
Post a Comment