বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুঠ ৩১টা পদৰ নিযুক্তি প্ৰক্ৰিয়া
কোকৰাঝাৰস্থিত অসমৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ত নন-টিছিং পদ হিচাবে ৰেজিষ্টাৰ, একাডেমিক ৰেজিষ্টাৰ আৰু যুটীয়া পঞ্জীয়কৰ তিনিটাকৈ পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। অনলাইনত এই আবেদন পত্ৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৱেবচাইটত পাব। সবিশেষ বিজ্ঞাপনৰ বাবে তলৰ পিডিএফ লিংকত ক্লিক কৰকঃ
http://www.bodolanduniversity.ac.in/Notice_Recruitment/NTS1.pdf
অসমৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ত একে সময়তে অধ্যাপনাৰ বাবে বিভিন্ন বিভাগত প্ৰফেচাৰ, এচোচিয়েট প্ৰফেচৰ আৰু এচিষ্টেণ্ট প্ৰফেচৰৰ মুঠ ২৮ টা পদৰ বাবে অৰ্হতা আৰু অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। অৰ্হতা UGCৰ নিয়ম অনুসৰি বিচৰা হৈছে। দৰমহাৰ নিৰিখো UGC ৰ নিয়মানুসাৰে হব।
সবিশেষ জানিবৰ বাবে তলৰ এই পিডিএফ ফাইলটো খুলি চাব পাৰিব। লিংকঃ http://www.bodolanduniversity.ac.in/Notice_Recruitment/TS1.pdf
অসমীয়াৰ সুখ-দুখৰ 'চৰকাৰী চাকৰি'ৰ #JOB ALERT ৰ আনবোৰ পোষ্ট পঢ়িবলৈ ক্লিক কৰকঃ
No comments:
Post a comment