অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) নিযুক্তিৰ অনলাইন আবেদন
অসম পাব্লিক চাৰ্ভিছ কমিচনে (APSC) অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) ২৬ টা পদৰ বাবে আবেদন আহ্বান কৰিছে। দৰমহাৰ নিৰিখঃ মাহে ২২,০০০ৰ পৰা ৯৭,০০০/-পৰ্যন্ত
অৰ্হতাঃ উচ্চতৰ মাধ্যমিক পাছ কৰাৰ লগতে অটমবাইল বা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ভাৰত চৰকাৰৰ স্বীকৃত প্ৰতিষ্ঠানৰ ডিপ্লমা।
সবিশেষ জানিবৰ বাবে তলৰ পিডিএফ লিংকত ক্লিক কৰি মূল বিজ্ঞাপনটো পঢ়িব পাৰিবঃ
https://apscrecruitment.in/server/Document/Advertisement/MVI%20Advt.pdf
অনলাইন আবেদন আৰম্ভঃ 14-10-2020
অনলাইন আবেদনৰ শেষ তাৰিখঃ 09-11-2020
No comments:
Post a Comment