চৰকাৰী চাকৰিঃ অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) নিযুক্তিৰ অনলাইন আবেদন মুকলি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চৰকাৰী চাকৰিঃ অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) নিযুক্তিৰ অনলাইন আবেদন মুকলি

চৰকাৰী চাকৰিঃ অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) নিযুক্তিৰ অনলাইন আবেদন মুকলি

Share This

অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) নিযুক্তিৰ অনলাইন আবেদন 

অসম পাব্লিক চাৰ্ভিছ কমিচনে (APSC) অসমত মটৰ ভেহিকল ইন্সপেক্টৰৰ (MVI) ২৬ টা পদৰ বাবে আবেদন আহ্বান কৰিছে। দৰমহাৰ নিৰিখঃ মাহে ২২,০০০ৰ পৰা ৯৭,০০০/-পৰ্যন্ত

অৰ্হতাঃ উচ্চতৰ মাধ্যমিক পাছ কৰাৰ লগতে অটমবাইল বা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ভাৰত চৰকাৰৰ স্বীকৃত প্ৰতিষ্ঠানৰ ডিপ্লমা।

সবিশেষ জানিবৰ বাবে তলৰ পিডিএফ লিংকত ক্লিক কৰি মূল বিজ্ঞাপনটো পঢ়িব পাৰিবঃ

https://apscrecruitment.in/server/Document/Advertisement/MVI%20Advt.pdf

অনলাইন আবেদন আৰম্ভঃ 14-10-2020  

অনলাইন আবেদনৰ শেষ তাৰিখঃ  09-11-2020 

No comments:

Post a comment