সংবাদ কৰ্মীৰ যানবাহন প্ৰসংগত
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
এটা কথা লক্ষ্য কৰিছোঁ যে কিছুমান সংবাদ কৰ্মীৰ যান-বাহনত অকল PRESS শব্দটি ৰঙা আখৰে লিখা থাকে। আমি ভাবোঁ যান-বাহনত PRESS শব্দটি লগতে কোন সংবাদ প্রতিষ্ঠানৰ লগত জড়িত সেই কথা উল্লেখ কৰিলে ভাল হয়। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে সংবাদ মাধ্যমৰ জড়িত নথকা কিছুমান ব্যক্তিৰ যান-বাহনতো PRESS শব্দটি লিখা দেখা যায়।
No comments:
Post a Comment