প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে
অসমীয়া গ্ৰন্থ-সম্ভাৰ
মাননীয় সম্পাদক মহোদয়,
শান্তনু কৌশিক বৰুৱা (http://santanukausik.blogspot.in/) ই সংকলন কৰা সাধাৰণ জ্ঞান বিষয়ক পুথিকে ধৰি আটাইকেইখন পুথি ছাত্র-ছাত্রী,বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থী তথা সাধাৰণ পঢ়ুৱৈ বাবে অতি প্রয়োজনীয়। তেখেতৰ পুথিকেইখন সকলোৰে ব্যক্তিগত পুথিভড়াঁলত সংৰক্ষণ যোগ্য ।
তেখেতৰ প্রকাশিত পুথিবোৰৰ কেইখনমান হ’ল- নতুন জানানে (সহযোগী লেখিকাঃ প্রীতিমা কৌশিক বৰুৱা) , বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া , লেখক-সাংবাদিকৰ গাইড (সহযোগী লেখকঃ শাংকব কৌশিক বৰুৱা), কোনে কেতিয়া ক’ত কেনেকৈ আৱিষ্কাৰ কৰিছিল, অসম অভিধান, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্রথম আৰু দ্বিতীয় খণ্ড),বিশ্ব ঐতিহ্য , অসমীয়া বুক অৱ ৰেকৰ্ডছ, সহস্রাব্দৰ বিশ্ব, সংজ্ঞা অভিধান , অসম বিচিত্রা, জ্যোতি কুইজ, Assam Year Book আদি।
তথ্যমূলক পুথি প্রণয়ন কৰা বাবে শান্তনু কৌশিক বৰুৱাক ধন্যবাদ জনাইছোঁ লগতে আশা কৰিছোঁ ভৱিষ্যতে এনেধৰণৰ আৰু পুথি প্রণয়ন কৰিব।

No comments:
Post a Comment