সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiya xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ)

সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ)

Share This
 "বাই লেন-২"
উৎপল দত্তৰ নিৰ্দেশনাত নিৰ্মিত 
তথ্যচিত্ৰখনি
অসমৰ প্ৰখ্যাত চিত্ৰ সাংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ
কৰ্ম আৰু জীৱনৰ ওপৰত নিৰ্মিত।  এই তথ্যচিত্ৰই কেইবাখনো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
অসমীয়াৰ সুখ দুখৰ পাঠকৰ সকলৰ জ্ঞাতাৰ্থে
নিৰ্মাতাৰ অনুমতিসহ ইয়াত তুলি ধৰা হৈছে।

No comments:

Post a Comment