সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ)

সুখ দুখৰ নিৰ্বাচিত ভিডিঅ'( বাই লেন-২: তথ্যচিত্ৰ)

Share This
 "বাই লেন-২"
উৎপল দত্তৰ নিৰ্দেশনাত নিৰ্মিত 
তথ্যচিত্ৰখনি
অসমৰ প্ৰখ্যাত চিত্ৰ সাংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ
কৰ্ম আৰু জীৱনৰ ওপৰত নিৰ্মিত।  এই তথ্যচিত্ৰই কেইবাখনো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
অসমীয়াৰ সুখ দুখৰ পাঠকৰ সকলৰ জ্ঞাতাৰ্থে
নিৰ্মাতাৰ অনুমতিসহ ইয়াত তুলি ধৰা হৈছে।

No comments:

Post a Comment