সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অৱসৰৰ পাছতহে মনত উদয় হয়নে কথাবোৰ?
#ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

এটা কথা লক্ষ্য কৰিছোঁ কিছুমান চৰকাৰী বিষয়াই অৱসৰ গ্রহণ কৰা পিছত বিভিন্ন দিশত চৰকাৰ তথা ৰাইজক বিভিন্ন দিহা-পৰামৰ্শ দি থাকে কিন্তু সেইসকলৰ বহুতৰে কৰ্মৰত সময়ত (অৱসৰ গ্রহণৰ আগত) উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰা চকুত পৰা নাই, যিসকলৰ উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰা ক্ষমতা আছিল । আশা কৰিছোঁ, ক্ষমতা থকা চৰকাৰী বিষয়াসকলে কৰ্মৰত সময়তে উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰিব ।
উস....আগতে নাহিল কিয় এইবোৰ?

No comments:

Post a Comment