সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

সম্পাদকলৈ চিঠি

Share This
অৱসৰৰ পাছতহে মনত উদয় হয়নে কথাবোৰ?
#ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

এটা কথা লক্ষ্য কৰিছোঁ কিছুমান চৰকাৰী বিষয়াই অৱসৰ গ্রহণ কৰা পিছত বিভিন্ন দিশত চৰকাৰ তথা ৰাইজক বিভিন্ন দিহা-পৰামৰ্শ দি থাকে কিন্তু সেইসকলৰ বহুতৰে কৰ্মৰত সময়ত (অৱসৰ গ্রহণৰ আগত) উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰা চকুত পৰা নাই, যিসকলৰ উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰা ক্ষমতা আছিল । আশা কৰিছোঁ, ক্ষমতা থকা চৰকাৰী বিষয়াসকলে কৰ্মৰত সময়তে উন্নয়ণমূলক কাম তথা আঁচনিবোৰ কাৰ্যকৰী কৰিব ।
উস....আগতে নাহিল কিয় এইবোৰ?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages