সুখ দুখ ভিডিঅঃ এনিমেচন ভিডিঅ’ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখ ভিডিঅঃ এনিমেচন ভিডিঅ’

সুখ দুখ ভিডিঅঃ এনিমেচন ভিডিঅ’

Share This
গোৱালপৰীয়া জনপ্ৰিয় গীতক এনিমেচন ভিডিঅ’ৰে 
এক নতুন ৰূপত সজাই তোলাৰ প্ৰশংসনীয় উদ্যম
মুম্বাইস্থিত অসমীয়া ডেকা বিজু দাসৰ৷



সৰভোগৰ পৰা যাত্ৰা আৰম্ভ কৰি জি ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ আৰ্টছৰ পৰা শিক্ষা লৈ
টাটা এলইক্সিৰ দৰে এনিমেচন ক্ষেত্ৰৰ আগৰণুৱা সংস্থাত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰাপ্তি কৰা বিজুলৈ অসমীয়াৰ সুখ দুখৰ তৰফৰ পৰা আগবঢ়ালো আন্তৰিক অভিনন্দন৷
তেওঁ "অৰ্জুন দ্যা ৱাৰিয়ৰ" চিনেমাখনতো এনিমেচন কামেৰে নিজৰ সৃষ্টিশীলতাৰ পৰিচয় দি আত্ম-প্ৰতিস্থাৰ দিশে নিজৰ খোপনি দৃঢ় কৰিছে৷

1 comment:

  1. Proud Of U Phunu..Well Done..God Bless..Go Ahead..Wish U great success in life...@biju das..Nivi...

    ReplyDelete