কেৰিয়াৰঃ ভেটেনেৰী ফিল্ড এচিছটেণ্টৰ প্ৰশিক্ষণৰ বাবে ৪৫০টা পদৰ অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰঃ ভেটেনেৰী ফিল্ড এচিছটেণ্টৰ প্ৰশিক্ষণৰ বাবে ৪৫০টা পদৰ অনলাইন আবেদন

কেৰিয়াৰঃ ভেটেনেৰী ফিল্ড এচিছটেণ্টৰ প্ৰশিক্ষণৰ বাবে ৪৫০টা পদৰ অনলাইন আবেদন

Share This
ভেটেনেৰী ফিল্ড এচিছটেণ্টৰ প্ৰশিক্ষণৰ বাবে ৪৫০টা পদৰ অনলাইন আবেদন
Assam VFA Admission 2022 - অসম চৰকাৰৰ ভেটেনেৰী আৰু এনিমেল হাজবেণ্ড্ৰি বিভাগে এবছৰীয়া ভেটেনেৰী ফিল্ড এচিছটেণ্টৰ  VFA Training Course in Elementary Knowledge of Animal Husbandry & Veterinary Science for the Session 2022-23 at the School of Veterinary Science & A.H. at Ghungoor, Silchar Assam ৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।
Name of the Course: VFA Training Course
শিক্ষাবৰ্ষ: 2022-23
মুঠ আসন: 450
ছীটৰ সংৰক্ষণঃ
UR: 231
EWS: 28
MOBC/OBC: 104
SC: 32
ST(P): 41
ST(H): 14

শিক্ষা প্ৰতিষ্ঠান: School of Veterinary Science & A.H. at Ghungoor, Silchar, Assam.
কৰ্ছৰ সময়: 1 Year.

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পাছ, বায়লজিৰ সৈতে।

বয়সঃ ত্ৰিশ বছৰৰ ভিতৰত।

অধিক জানিবলৈ ক্লিক কৰকঃ

Online Application28.09.2022
Advertisement DetailsClick here        

অসমীয়াৰ সুখ-দুখxukhdukh.com
সুখ-দুখ LIVE YouTube ChannelClick
অসমীয়াৰ সুখ-দুখ @FACEBOOKhttps://www.facebook.com/xukhdukhLIVE/
অসমীয়াৰ সুখ-দুখ @TWITTERhttps://twitter.com/xukhdukh

No comments:

Post a Comment