চাকৰিৰ খবৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন

চাকৰিৰ খবৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন

Share This

তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন

tezpur university recruitment 2022, 3 post xukhdukh, jobalert, job, তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন

কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰূপে স্বীকৃত তেজপুৰ বিশ্ববিদ্যালয়ৰ ডঃ আম্বেদকাৰ চেণ্টাৰ ফৰ এক্সেলেন্সৰ সহকাৰী অধ্যাপকৰ তিনিটা পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চচিঅ’লজিৰ এটা, পলিটিকেল চায়েন্সৰ এটা আৰু বুৰঞ্জী বিষয়ৰ এটিকৈ পদ আছে। দৰমহা ১,১৫,০০০ টকা ফিক্সড হিচাবে নিৰ্ধাৰিত হৈছে। 

tezpur university recruitment 2022, 3 post xukhdukh, jobalert, job, তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন

আবেদনৰ শেষ তাৰিখঃ ২৪ চেপ্তেম্বৰ ২০২২, সময় সন্ধিয়া ৫বজা।


অৰ্হতাঃ নুন্যতম ৫৫শতাংশ নম্বসহ স্নাতকোত্তৰ। নেট, শ্লেট অথবা SLET উত্তীৰ্ণ হব লাগিব অথবা পিএচডি থকাটো বাঞ্চনীয়। 


আবেদনঃ যাৱতীয় ডকুমেণ্টৰ স্কেন কপি সহ আবেদন কৰিবলৈ ইমেইল dacetu@tezu.ernet.in 

অধিক জানিবলৈঃ http://www.tezu.ernet.in/dacetu


নিযুক্তিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াঃ গুগোল মিট যোগে অনলাইন ইণ্টাৰভিউ ২৮ ছেপ্তেম্বৰ ২০২২ ৰ দিনৰ ১০-৩০ বজাৰ পৰা আৰম্ভ হব। 

আন আন চাকৰিৰ খবৰৰ বাবে সুখ-দুখৰ একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/JOBALERT

No comments:

Post a Comment