তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ তিনিটা পদৰ বাবে অনলাইন আবেদন
কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰূপে স্বীকৃত তেজপুৰ বিশ্ববিদ্যালয়ৰ ডঃ আম্বেদকাৰ চেণ্টাৰ ফৰ এক্সেলেন্সৰ সহকাৰী অধ্যাপকৰ তিনিটা পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চচিঅ’লজিৰ এটা, পলিটিকেল চায়েন্সৰ এটা আৰু বুৰঞ্জী বিষয়ৰ এটিকৈ পদ আছে। দৰমহা ১,১৫,০০০ টকা ফিক্সড হিচাবে নিৰ্ধাৰিত হৈছে।
আবেদনৰ শেষ তাৰিখঃ ২৪ চেপ্তেম্বৰ ২০২২, সময় সন্ধিয়া ৫বজা।
অৰ্হতাঃ নুন্যতম ৫৫শতাংশ নম্বসহ স্নাতকোত্তৰ। নেট, শ্লেট অথবা SLET উত্তীৰ্ণ হব লাগিব অথবা পিএচডি থকাটো বাঞ্চনীয়।
আবেদনঃ যাৱতীয় ডকুমেণ্টৰ স্কেন কপি সহ আবেদন কৰিবলৈ ইমেইল dacetu@tezu.ernet.in
অধিক জানিবলৈঃ http://www.tezu.ernet.in/dacetu
নিযুক্তিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াঃ গুগোল মিট যোগে অনলাইন ইণ্টাৰভিউ ২৮ ছেপ্তেম্বৰ ২০২২ ৰ দিনৰ ১০-৩০ বজাৰ পৰা আৰম্ভ হব।
আন আন চাকৰিৰ খবৰৰ বাবে সুখ-দুখৰ একত্ৰ লিংকঃ
Hmmmm.... very informative, nice..
ReplyDelete