সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসমীয়া কাকতৰ ই-মেইল ঠিকনা
 ডঃ বুলজিৎ বুঢ়াগোহাঁই
বর্ত্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত সকলো বাতৰি কাকতৰ ই-মেইল ঠিকনা আছে। ই-মেইল যোগেদি লেখা বাতৰি কাকতলৈ পঠিয়াব পাৰি । ই-মেইল যোগেদি লেখা পঠিয়ালে বাতৰি কাকতবোৰে কম সময়ত পায় । কিছু কিছু ক্ষেত্রত ডাক যোগেদি লেখা প্রেৰণ কৰাতকৈ ই-মেইলত খৰচ কম হয়। ই-মেইল যোগেদি লেখাৰ লগত ফটো তথা বিভিন্ন ধৰণৰ প্রাসংগিক তথ্য আদি সংযোগ কৰি পঠিয়াব পাৰি।

বাতৰি কাকতবোৰৰ ই-মেইল ঠিকনা হ’ল :
‘অসমীয়া প্রতিদিন’ৰ asomiyapratidin@yahoo.co.in ,‘আমাৰ অসম’ৰ aamar.asom@gmail.com আৰু glpghy2009@hotmail.com , ‘অসমীয়া খবৰ’ৰ khabar_assam@sify.com আৰু khabar_assam@yahoo.com, ‘দৈনিক অগ্রদূত’ৰ agra_doot@yahoo.com আৰু agradoot@gmail.com , ‘দৈনিক জনমভূমি’ৰ editordj@sify.com , ‘আজিৰ অসম’ৰ sentinelgroup@gmail.com আৰু sentinel_group@rediffmail.com , ‘দৈনিক অসম’ৰ dainikasam@rediffmail.com আৰু dainikasam@gmail.com ,‘আজিৰ দৈনিক বাতৰি’ৰ news4adb@gmail.com আৰু dainikbatori@rediffmail.com , ‘নিয়মীয়াবার্তা’ৰ niyamiyabarta@yahoo.in আৰু niyamiyabarta@gmail.com, জনসাধাৰণ’ৰ janasadharan@gmail.com, ‘আজি’ ৰ ajidaily@gmail.com , ‘এদিনৰ সংবাদ’ৰ sambadadin@gmail.com আৰু adinassam@yahoo.com , ‘গণ অধিকাৰ’ৰ ganaadhikar123@gmail.com, ‘শংকৰজ্যোতি’ৰ jyotisankar331@gmail.com, ‘গণ সংবাদ’ৰ ganasangbad@yahoo.in ,
‘আমি অসমৰ জনগণ’ৰ
aajnews01244@gmail.com, ‘গণজীৱন’ৰ ganajiwan@gmail.com, ‘বাতৰি কাকত’ৰ batorikakot@gmail.com আৰু batorikakot@rediff.com , ‘দৈনিক প্রতিবেদন’ dainikpratibedon@yahoo.com আৰু dainikpratibedon@gmail.com , ‘অসম বাণী’ৰ asambani@gmail.com , ‘সাদিন’ৰ sadinghy@yahoo.co.in , ‘অৰুণোদয় সংবাদ’ৰ aroonudai@gmail.com ইত্যাদি ।
 
 অৱশ্যে এটা কথা উল্লেখ কৰা ভাল হ’ব যে সকলো বাতৰি কাকতে ই-মেইল যোগেদি লেখা গ্রহণ নকৰে । আশা কৰিছোঁ সোনকালে সকলো বাতৰি কাকতে ই-মেইল যোগেদি লেখা গ্রহণ কৰিব ।

No comments:

Post a Comment