সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 
অসমীয়া গ্ৰন্থ-সম্ভাৰ
ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, 

শান্তনু কৌশিক বৰুৱা (http://santanukausik.blogspot.in/) ই সংকলন কৰা সাধাৰণ জ্ঞান বিষয়ক পুথিকে ধৰি আটাইকেইখন পুথি ছাত্র-ছাত্রী,বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থী তথা সাধাৰণ পঢ়ুৱৈ বাবে অতি প্রয়োজনীয়। তেখেতৰ পুথিকেইখন সকলোৰে ব্যক্তিগত পুথিভড়াঁলত সংৰক্ষণ যোগ্য । 

তেখেতৰ প্রকাশিত পুথিবোৰৰ কেইখনমান হ’ল- নতুন জানানে (সহযোগী লেখিকাঃ প্রীতিমা কৌশিক বৰুৱা) , বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া , লেখক-সাংবাদিকৰ গাইড (সহযোগী লেখকঃ শাংকব কৌশিক বৰুৱা), কোনে কেতিয়া ক’ত কেনেকৈ আৱিষ্কাৰ কৰিছিল, অসম অভিধান, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্রথম আৰু দ্বিতীয় খণ্ড),বিশ্ব ঐতিহ্য , অসমীয়া বুক অৱ ৰেকৰ্ডছ, সহস্রাব্দৰ বিশ্ব, সংজ্ঞা অভিধান , অসম বিচিত্রা, জ্যোতি কুইজ, Assam Year Book আদি।

তথ্যমূলক পুথি প্রণয়ন কৰা বাবে শান্তনু কৌশিক বৰুৱাক ধন্যবাদ জনাইছোঁ লগতে আশা কৰিছোঁ ভৱিষ্যতে এনেধৰণৰ আৰু পুথি প্রণয়ন কৰিব। 

No comments:

Post a Comment