আগতে কোনো নিকট আত্মীয়ৰ বিয়া-বাৰু আদি নাথাকিলে বছৰত আমাৰ দুবাৰেই কাপোৰ কিনা হৈছিল। ৰঙালী বিহু আৰু পূজাত। বিহুৰ সময়ত গৰমকালি সমাগত বাবে হাফ-ছাৰ্ট আৰু পূজাৰ সময়ত ফুল শ্লিভৰ ছাৰ্ট। 
সেয়েহে আন কিবা আনন্দ কঢ়িয়াই আনিলে বা নানিলেও বিহু-পূজা অহাৰ লগে লগে নতুন কাপোৰ পোৱাৰ ফূৰ্তিতে নাঁচি উঠিছিল হিয়া-মন।
 
এতিয়া প্ৰায় যেতিয়াই-তেতিয়াই সকলোৱে কাপোৰ কিনে, গতিকে পূজা-বিহুত নতুন কাপোৰ লোৱাৰ সেই আনন্দ বহু পৰিমাণে নোহোৱাই হ'ল।
.....সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ।

.jpg) 
 
No comments:
Post a Comment