May 2015 - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

পলকতে সুখ-দুখৰ বতৰা

May 31, 2015 0
আজিৰ ভাল খবৰবোৰ ১. কালি ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰিচালিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলাত ৭৪.০৭শতাং...
Read More

জীৱনৰ অনুভৱ

May 31, 2015 0
বিশ্ব ধঁপাতমুক্ত দিৱসতে ধূম্ৰপান ত্যাগ কৰো আহক (ব্যক্তিগত অভিজ্ঞতাৰ আলমত দুআষাৰ) মৃদুল কুমাৰ শৰ্মা আজি ৩১মে', বিশ্ব স্বাস্থ্য...
Read More

ভ্ৰমণ

May 31, 2015 0
কুৱালা-লামপুৰৰ মনত পৰা কথা আবিদ আজাদ কুৱালা-লামপুৰৰ মনত পৰা দুটিমান ঘটনাৰ কথা ক'বলৈ যোৱাৰ পূৰ্বে পৰ্যটক হিচাপে মোৰ পৰিচয় এটা প...
Read More

চিন্তন

May 31, 2015 0
বিফলতাও জীৱনৰ বাবে আশীৰ্বাদ হ’ব পাৰে দীপাংকৰ মল্ল বৰুৱা দশম আৰু দ্বাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰী সকলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱ...
Read More

পলকতে সুখ-দুখৰ বতৰা

May 30, 2015 0
আজিৰ ভাল খবৰবোৰ ১. কালিৰে পৰা মাজুলীত আৰম্ভ হৈছে চতুৰ্থ উত্তৰ-পূৱ যুৱ মহো ৎ সৱ। গড়মূৰৰ মিনি ষ্টেডিয়ামত এই উ ৎ সৱ উদ্বোধন কৰি কেন্দ্ৰ...
Read More

চিন্তন

May 30, 2015 0
বৃদ্ধি পাইছে নেকি  ধৰ্মীয় অসহনশীলতা? দীপাংকৰ মল্ল বৰুৱা   কেইদিনমান আগতে ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জেছান আলী নামৰ যুৱক এ...
Read More

পলকতে সুখ-দুখৰ বতৰা

May 29, 2015 0
আজিৰ ভাল খবৰবোৰ ১. কালি নলবাৰী জিলাৰ টিহুৰ নাথকুছিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মেগা ফুড পাৰ্কৰ উদ্বোধন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী হৰচ...
Read More

বিশ্লেষণ

May 29, 2015 0
ধৰ্ম আৰু বিজ্ঞান - এটি নিজস্ব পৰ্য্যালোচনা ডা০ ভূপেন শইকীয়া "মই সেই সকললোকহে শ্ৰদ্ধা কৰোঁ, যি ধৰ্মৰ ভয় নোহোৱাকৈয়ে নিজৰ বিচাৰ-...
Read More

সাম্প্ৰতিক প্ৰসংগ

May 29, 2015 0
বলি দিয়া তান্ত্ৰিকৰ গণপ্ৰহাৰ  আৰু সামাজিক পৰিবেশ ডাঃ বিৰাজ কুমাৰ শৰ্মা   পুনৰ সংঘটিত হৈছে নৃশংস ঘটনা । কোনোবা তান্ত্ৰিকে হেনো পূজ...
Read More

পলকতে সুখ-দুখৰ বতৰা

May 28, 2015 0
                          আজিৰ ভাল খবৰবোৰ ১)  উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰিবলৈ লো‌ৱা মেগা ফুড পাৰ্কখনৰ আজি উদ্বোধন কৰিছে কেন্দ্ৰীয় খাদ্য ...
Read More

পৰ্যবেক্ষণ

May 27, 2015 0
চৰকাৰী সাফল্যৰ সমীক্ষা, সূচকাংক বনাম বাস্তৱ অজয় লাল দত্ত বিগত সপ্তাহটোত কেন্দ্ৰত মোদী চৰকাৰে এবছৰ আৰু অসমত গগৈ চৰকাৰে চৈধ্য বছ...
Read More

পলকতে সুখ-দুখৰ বতৰা

May 26, 2015 0
আজিৰ ভাল খবৰবোৰ   ১. অসমৰ ১০০০খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ২২৯ কোটি টকাৰে বিজ্ঞানাগ...
Read More

পৰ্যবেক্ষণ

May 26, 2015 0
চৰকাৰী আঁচনিবোৰ সফল নহয় কিয়? অৰুণজ্যোতি দাস যো‌ৱা সপ্তাহত জিলা পৰ্যায়ৰ এখন চৰকাৰী বৈঠকত উপস্থিত থকাৰ সৌভাগ্য আমাৰ দ্বাৰা হৈছিল ...
Read More

Post Bottom Ad

Responsive Ads Here

Pages